• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰকিবুল হুছেইনৰ অবৈধ সম্পত্তিৰ সন্ধানত এইবাৰ দিল্লীত আৰক্ষীৰ অভিযান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2018 8:27 am

1 min read

Rakibul-Hussain-570x320
148
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন কংগ্ৰছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী তথা আয়ৰ সামঞ্জস্যহীন সম্পত্তি সংক্ৰান্তীয় অভিযোগৰ তদন্ত চলাই থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাই এই সক্ৰান্তত ১ জুনত দিল্লীতো অভিযান চলায়।

প্ৰাপ্ত তথ্য মতে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কালি দিল্লীৰ বসন্ত কুঞ্জৰ চি-৫ বল্কত থকা এটা ঘৰত তালাচী চলাইছিল। এই ঘৰটো প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বুলি অভিযোগ উঠি আহিছিল।

উল্লেখযোগ্য যে দেওবাৰৰ পৰাই দিল্লীত বাহৰ পাতি থকা অসম আৰক্ষীৰ দলটোৱে একেই কাৰণত ৩১ মে’ত গুৰগ্ৰামৰ ডি এল এফ ফেজ-২ত থকা আন এটা ঘৰত তালাচী চলাইছিল।

এটা সূত্ৰৰ জানিব পৰা মতে ৰকিবুল হুছেইনৰ বুলি সন্দেহ কৰা এই ঘৰটো এজন উদ্যোগপতিক দিয়া হৈছে।

ৰকিবুল হুছেইনৰ সম্পত্তিৰ বিৰুদ্ধে অসমত চলি থকা তদন্তৰ অংশ হিচাপেই তেওঁলোক দিল্লীত আহি এই তালাচী অভিযান চলাইছে বুলি অসম আৰক্ষীৰ দলটোক নেতৃত্ব দিয়া দুৰ্নীতি নিবাৰক শাখাৰ অধীক্ষক প্ৰণৱ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

Recent News

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd