• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্ষকেই ভক্ষক : প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হ’ল দিচপুৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক প্ৰেমলতা শইকীয়া

মুকুট দাস by মুকুট দাস
July 15, 2018 9:05 pm
Sub-Inspector Premalata Saikia

গ্ৰেপ্তাৰ হোৱা দিচপুৰ থানাৰ উপ-পৰিদৰ্শক প্ৰেমলতা শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰক্ষকেই ভক্ষকত পৰিণত হোৱা এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকক আজি ক্ষেত্ৰীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পি কে নাথৰ নেতৃত্বৰ এটা অভিযানকাৰী দলে নুনমাটি থানাৰ সহযোগত প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। নাৰেংগীৰ শান্তিনগৰৰ তেওঁৰ ঘৰৰ পৰা দিনৰ প্ৰায় ১ বজাত গ্ৰেপ্তাৰ কৰা এই আৰক্ষী উপ-পৰিদৰ্শকগৰাকী হ’ল দিচপুৰ থানাৰ প্ৰেমলতা শইকীয়া।

ক্ষেত্ৰী আৰক্ষীয়ে জনোৱামতে, ৪৯ বছৰীয়া মহিলা আৰক্ষী বিষয়াগৰাকীক মাটি-বাৰী সম্পৰ্কীয় এটা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে, শইকীয়াই ছয়মাইলৰ হেমলতা ভাটী নামৰ এগৰাকী মহিলাৰ পৰা তেওঁৰ নামত ক্ষেত্ৰীত থকা এডোখৰ মাটি বিক্ৰী কৰি দিম বুলি লৈছিল। কিন্তু তাৰ পিছৰ পৰাই তেওঁ পলাতক হৈ থাকে।

“ক্ষেত্ৰীৰ ৩.৫ কঠা পৰিমাণৰ মাটিডোখৰ বিক্ৰী কৰি দিম বুলি বৃহৎ পৰিমাণৰ টকা লোৱাৰ পিছৰ পৰাই তেওঁ পলাতক হৈ আছিল।” আৰক্ষী আয়ুক্ত হীৰেন নাথে এইদৰে কয়।

তেওঁ লগতে কয় যে অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীক ছমাহ পূৰ্বে নলবাৰীলৈ বদলি কৰা হৈছিল যদিও তেওঁ যোগদান কৰা নাছিল।

তেওঁ আন কেইবাটাও প্ৰৱঞ্চনাৰ ঘটনাত জড়িত বুলি আৰক্ষী আয়ুক্ত হীৰেন নাথে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

ক্ষেত্ৰী থানাই জনোৱামতে, এই মাটি-বাৰীৰ প্ৰৱঞ্চনাৰ গোচৰটো সন্দৰ্ভত মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ষেত্ৰী থানাত 27/16 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল।

জানিব পৰা মতে, অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক কাইলৈ কামৰূপ মহানগৰ জিলা ছেছন আদালতত হাজিৰ কৰোৱা হ’ব।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd