• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰজনী খাৰঘৰীয়া আৰু পত্নীৰ আত্মহত্যাৰ ঘটনা : পুত্ৰ দেৱাশিস খাৰঘৰীয়াক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 19, 2018 7:47 pm

2 min read

ৰজনী খাৰঘৰীয়া আৰু পত্নীৰ আত্মহত্যাৰ ঘটনা : পুত্ৰ দেৱাশিস খাৰঘৰীয়াক গ্ৰেপ্তাৰ
160
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ সাংস্কৃতিক কৰ্মী তথা এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াৰ আকস্মিক মৃত্যুৰ বাবে জগৰীয়া তেওঁলোকৰ কুলাংগাৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়াক  আৰক্ষীয়ে গুৱাহাটীৰ পৰা বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁক আৰক্ষীয়ে শিৱসাগৰলৈ নিয়ে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বুধবাৰে নিশা মহানগৰীৰ ছয়মাইলৰ পৰা কুলাংগাৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়াক গ্ৰেপ্তাৰ কৰে আৰু এই অভিযান চলিছিল শিৱসাগৰ জিলাৰ উপ–আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱালৰ নেতৃত্বত।

মন কৰিব লগীয়া যে চোৱাচিতাৰ বাবে আৰ্থিক সক্ষমতা থকা সত্ত্বেও নিজৰ মাক-দেউতাকক চৰম অৱহেলাৰে ভাৰাঘৰত থাকিবলৈ বাধ্য কৰাইছিল দেৱাশিসে। দেৱাশিসৰ ৰুগ্ন মাকৰ এটা ইনছুলিনৰ বাবেও টকা নোহোৱা অৱস্থাত যোৱা ৩০ জুনত ভাৰাঘৰতে অস্বাভাৱিক মৃত্যু হোৱাৰ লগতে দেউতাকেও একেদিনাই আত্মহত্যা কৰিছিল ভাৰাঘৰৰ কোঠাতে।

একমাত্ৰ পুতেক হৈও মাক-দেউতাকক অস্বাভাৱিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেৱাশিস খাৰঘৰীয়া আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰাই ঘটনাৰ পিছৰ পৰাই আত্মগোপন কৰি আছে। ঘটনাৰ পিছদিনা যেতিয়া মৃতদেহ উদ্ধাৰ হয়, তেতিয়া দেৱাশিস আৰু গীতাশ্ৰী ডিমৌত দেৱাশিসৰ শহুৰ-শাহুৱেকৰ ঘৰত আত্মগোপন কৰিছিল। কিন্তু আৰক্ষী যোৱাৰ পূৰ্বে তেওঁলোক তাৰ পৰা আঁতৰি যায়।

উল্লেখযোগ্য যে মাক-দেউতাকৰ অস্বাভাৱিক মৃত্যুৰ পিছতে ইয়াৰ বাবে জগৰীয়া কৰি সৰু বায়েকে ভায়েক দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰীৰ বিৰুদ্ধে গোচৰ দিছিল শিৱসাগৰ থানাত।

আনহাতে গ্ৰেপ্তাৰ হোৱা গীতাশ্ৰী দুৱৰা গ্ৰেপ্তাৰ হ’লে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱাৰ বাবে ‘প্ৰণাম’ৰ আওতাত পৰাৰ সম্ভাৱনা থকাৰ লগতে দেৱাশিস খাৰঘৰীয়াৰ ওপৰতো অ’ এন জি চি কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Recent News

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd