• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পথত আশংকা প্ৰকাশ জ্যেষ্ঠ ন্যায়াধীশৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 9:18 am
justice_1

তিনিমাহ পূৰ্বে ৰঞ্জন গগৈসহ চাৰিগৰাকী ন্যায়াধীশে আহ্বান কৰা সংবাদমেলৰ দৃশ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈ যদিহে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্ত নহয়, তেনেহ’লে ৩ মাহ পূৰ্বে ৪ জনীয়া ন্যায়াধীশৰ দলটোৱে ন্যায়পালিকাৰ কাৰ্যপ্ৰণালী সন্দৰ্ভত যি আশংকা প্ৰকাশ কৰিছিল সেয়া সত্য প্ৰমাণিত হ’ব। এই মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰৰ।

হাৰ্ভাৰ্ড ক্লাব অব ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত ‘ৰ’ল অব জুডিচিয়েৰী ইন এ ডেম’ক্ৰেচী’ শীৰ্ষক এটি অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিক কৰণ থাপাৰৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে।

Apply Now

আজিৰ পৰা প্ৰায় ৩ মাহ পূৰ্বে অৰ্থাৎ ১২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ৪ গৰাকী ন্যায়াধীশ ক্ৰমে অসমৰ ৰঞ্জন গগৈ, মদন বি লকুৰ, কোৰিয়ান যোছেফ আৰু  জে চেলামেশ্বৰে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰি ন্যায়পালিকাৰ কাৰ্যপ্ৰণালী সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

ভাৰতীয় আইনী  ইতিহাসত একপ্ৰকাৰ অভূতপূৰ্ব হিচাপে বিবেচিত উক্ত সংবাদমেলখনত উচ্চতম ন্যায়ালয়ৰ ভিতৰচ’ৰাৰ খামখেয়ালি উদঙাই দি চাৰিওগৰাকী ন্যায়াধীশে একপ্ৰকাৰ অনাস্থা প্ৰদৰ্শন কৰিছিল মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে।

দেওবাৰে ন্যায়াধীশ জে চেলামেশ্বৰে পুনৰবাৰ অসমৰ ৰঞ্জন গগৈৰ বিষয়টোক লৈ প্ৰকাশ কৰা আশংকা যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, চলিত বৰ্ষৰ জুনত জে চেলামেশ্বৰে অৱসৰগ্ৰহণ কৰিব। সেয়েহে জ্যেষ্ঠতাৰ ভিত্তিত অসমৰ ৰঞ্জন গগৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্ত হ’ব।

উল্লেখযোগ্য যে চলিত বছৰৰ অক্টোৱৰ মাহত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ কাৰ্যকালৰ অন্ত পৰিব। কিন্তু যদিহে নিৰ্দিষ্ট নীতি-নিয়মৰ ভিত্তিত অহা অক্টোৱৰ মাহৰ ভিতৰত ৰঞ্জন গগৈক দীপক মিশ্ৰৰ স্থলাভিষিক্ত কৰা নহয় সংবাদমেলযোগে প্ৰকাশ কৰা আশংকা বাস্তৱত প্ৰমাণিত হ’ব বুলি জে চেলামেশ্বৰে যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।

জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰে প্ৰকাশ কৰা মন্তব্যৰ পিছতে স্বাভাৱিকতে  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অসম  সন্তান ৰঞ্জন গগৈৰ নিযুক্তিক লৈ আশংকা প্ৰকাশ কৰিছে একাংশ সচেতন নাগৰিকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd