• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

‘ৰঞ্জী ট্ৰফী’ ক্ৰিকেটত উত্তৰ-পূবৰ ৬ ৰাজ্যৰ সমস্ত খৰচ বহন কৰিব বিচিচিআইয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 3, 2018 8:09 am

1 min read

bcci-new-644x362

প্ৰতিনিধিত্বমূলক চিত্ৰ

69
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক সুখবৰ । উত্তৰ-পূবৰ ৬ খন ৰাজ্যৰ ৰঞ্জী ট্ৰফী ক্ৰিকেটৰ সমস্ত ব্যয় বহন কৰিব বি চি চি আইয়ে। বুধবাৰে বিয়লী উত্তৰ-পূব ৰঞ্জী ট্ৰফীৰ প্ৰতিনিধিৰ সৈতে হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া লোধা কমিটিৰ নিৰ্দেশ অনুসৰি ৰঞ্জী ট্ৰফীত নতুনকৈ আত্মপ্ৰকাশ কৰা দল বা ৰাজ্যসমূহৰ সকলো ব্যয় বহন কৰিব লাগে বিচিচিআইয়ে। বিশেষকৈ যিসকল দলে খেলপথাৰৰ অভাৱ বা অন্যান্য আন্তঃগাঁথনিৰ অভাৱৰ বাবে নিজৰ ঘৰৰ মাটিৰ বিপৰীতে অন্য ৰাজ্যত খেলিবলগীয়া হয়।

বি চি চি আইৰ সূত্ৰ মতে চিকিম আৰু অৰুণাচল প্ৰদেশত নিজৰ ক্ৰিকেট ষ্টেডিয়াম নাই যাৰ পৰিপেক্ষিতত নিজৰ চুবুৰীয়া ৰাজ্য সমূহত খেল সমূহ অনুষ্ঠিত হ’ব।

জানিব পৰা মতে ৰঞ্জী ট্ৰফীত প্ৰথমবাৰৰ বাবে আত্ম প্ৰকাশ কৰা ছিকিমৰ ঘৰুৱা খেল সমূহ অনুষ্ঠিত হ’ব শিলিগুৰিত আৰু অৰুণাচল প্ৰদেশৰ খেল সমূহ হ’ব অসমত।

উল্লেখ্য যে বি চি চি আইয়ে উত্তৰ-পূবৰ এই ৬ খন ৰাজ্যৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ লগতে ফিজিঅ’ নিয়োগ কৰিব বুলি বৈঠকতে নিশ্চিতি প্ৰদান কৰে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd