DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ লেট্ৰিনত নাই পানীৰ ব্যৱস্থা, প্ৰাতঃকৰ্মৰ সময়ত অস্বস্তিত জুবিন গাৰ্গ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2018 4:18 pm
zubeen-1-570x320
82
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সংস্কৃতিত টয়লেটত পানীৰ ব্যৱহাৰ নহলেই নহয়। কিন্তু বিশ্বৰ বিভিন্ন দেশৰ দৰে ৰাছিয়াতো মানুহে লেট্ৰিনত পানীৰ ব্যৱহাৰ নকৰে।

ভাৰতত মানুহে লেট্ৰিনলৈ গৈ পানী লোৱা প্ৰথা, গা ধোৱা এটা অত্যাৱশ্যকীয় আচাৰ হোৱা হেতুকে ৰাছিয়াত ফুটবল চাবলৈ যোৱা জুবিনে লেট্ৰিনত পানীৰ ব্যৱহাৰ নথকাটোতে অত্যন্ত অসুবিধা পালে।

তেওঁ ৰাছিয়াৰ লেট্ৰিনত লাভ কৰা অভিজ্ঞতাৰ এটা ভিডিঅ’ ছচিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টো এতিয়া ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰত্যেক দেশৰে নিজা নিজা ৰীতি নীতি আছে। সেয়া সেই দেশখনৰ অত্যন্ত ঘৰুৱা বিষয়।

ফুটবল চাবলৈ ৰাছিয়াত উপস্থিত হৈ জুবিনক ৰাছিয়াৰ এখন গাঁওত থকা এটা কটেজত থকাৰ বন্দোৱস্ত কৰি দিছিল তেওঁৰ গাইডগৰাকীয়ে। পিছে কটেজত উপস্থিত হৈহে তেওঁ গম পাইছিল যে সেই কটেজটোৰ লেট্ৰিনত নাই পানীৰ ব্যৱস্থা।

জুবিনে যেতিয়া গম পাইছিল যে তেওঁ উঠা কটেজটোৰ লেট্ৰিনত পানীৰ ব্যৱস্থা নাই, তেতিয়া তেওঁ প্ৰাতঃকৰ্মৰ বাবে কিছু পানী পাকঘৰৰ এটা গিলাচত থৈ দিছিল। পাছদিনা গিলাচটো লৈ জুবিন যেতিয়া লেট্ৰিনত সোমাল তেতিয়াহে তেওঁৰ আচল অথন্তৰ ঘটিল। প্ৰাতঃকৰ্ম ফেৰা সমাপন কৰি উঠি তেওঁ  গিলাচৰ পানী পানীখিনি ব্যৱহাৰ কৰিলে। কিন্তু গিলাচটোত পালে কটেজটোৰ ৰান্ধনিয়ে অমলেট বনাবলৈ থৈ দিয়া বাটাৰ।

ৰাছিয়াৰ কটেজত লেট্ৰিনত লাভ কৰা অসুবিধাৰ কথা জুবিনে উক্ত ভিডিঅ’টোত তেওঁৰ নিজস্ব কথনভংগীৰে অকপটে প্ৰকাশ কৰিছে।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd