• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজস্থানত উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পৰাজিত শাসনাধিষ্ঠিত বিজেপি, ‘বিজেপিৰ বেয়া দিন আৰম্ভ’ : তৰুণ গগৈ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 2, 2018 6:36 pm
tarun gogoi

তৰুণ গগৈৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানত শাসনত থকাৰ পিছতো সদ্যসমাপ্ত উপ নিৰ্বাচনত দুটা লোকসভা আৰু এটা বিধানসভা সমষ্টি কংগ্ৰেছৰ হাতত হেৰুৱাব লগা হোৱাতো বিজেপিৰ বাবে এক চৰম বিপৰ্য্যয়।

শুকুৰবাৰে ডিব্ৰুগড়ত এক সংবাদমেলত এইদৰে কয় অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

Apply Now

ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত তৰুণ গগৈয়ে কয়, ‘এই পৰাজয়ে দেখুৱাই দিছে যে বিজেপিৰ বেয়া দিন আৰম্ভ হৈ গৈছে।’

কেন্দ্ৰত যোৱা চাৰি বছৰত বিজেপি চৰকাৰ বিফল হোৱা বুলি দাবী কৰি সংবাদমেলখনত কেন্দ্ৰীয় বাজেটক লৈও গগৈয়ে মন্তব্য কৰে, ‘এতিয়া তেওঁলোকে বুজি পাইছে যে তেওঁলোকে কৃষি খণ্ডৰ বাবে একো নকৰিলে। সেয়ে কৃষি খণ্ডত তেওঁলোকৰ বিফলতা লুকুৱাই এইবাৰৰ বাজেট প্ৰস্তুত কৰিছে।’

উপ নিৰ্বাচনটোত আলৱাৰ লোকসভা সমষ্টিত শাসনাধিষ্ঠিত বসুন্ধৰা ৰাজে চৰকাৰৰ কেবিনে’ট মন্ত্ৰী যশৱন্ত সিং যাদৱ কংগ্ৰেছ প্ৰতিদ্বন্দ্বীৰ হাতত প্ৰায় ২ লাখ ভোটত পৰাজিত হৈছে।

আনহাতে আজমেৰ লোকসভা সমষ্টিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চনৱাৰলাল জাটৰ পুত্ৰ বিজেপি প্ৰাৰ্থী ৰামস্বৰূপ লাম্বা কংগ্ৰেছী প্ৰাৰ্থীৰ হাতত প্ৰায় ৮৫ হাজাৰ ভোটত পৰাজিত হৈছে।

ইফালে মণ্ডলগড় বিধানসভা সমষ্টিত কংগ্ৰেছী বিসম্বাদী এগৰাকীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰা সত্বেও প্ৰায় ১৩ হাজাৰ ভোটত কংগ্ৰেছী প্ৰাৰ্থীগৰাকী বিজয়ী হ’বলৈ সক্ষম হয়।

নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা (১৭ টা) বিধানসভা সমষ্টিতে বিজেপি এই নিৰ্বাচনত পিছ পৰি থাকে।

বিজেপিশাসিত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ ১০ মাহ বাকী থকা অৱস্থাত দলটোৰ এই বিপৰ্য্যয় তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd