• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত নৈমিত্তিক পথ দুৰ্ঘটনা : বিশ্বনাথত নিহত সাংবাদিক; প্ৰে’ছ ক্লাব-সহকৰ্মীৰ শোক প্ৰকাশ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , June 17, 2018 10:12 pm

1 min read

ৰাজ্যত নৈমিত্তিক পথ দুৰ্ঘটনা : বিশ্বনাথত নিহত সাংবাদিক; প্ৰে’ছ ক্লাব-সহকৰ্মীৰ শোক প্ৰকাশ
104
VIEWS
Share on FacebookShare on Twitter

১৬ জুনৰ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বিশ্বনাথ চতিয়াৰ উদীয়মান সাংবাদিক কাব্য হাজৰিকাৰ মৃত্যুত বিশ্বনাথ প্ৰেছ ক্লাব আৰু বিশ্বনাথ জিলা সাংবাদিক সন্থাই শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

নামেৰিৰপৰা ঘৰ অভিমুখে আহি থাকোতে একে দিশৰপৰা অহা এখন বলেৰ’ পিকআপ ভানে পিচফালৰ পৰা খুন্দা মৰাত গুৰুতৰভাৱে আহত হোৱা সাংবাদিকগৰাকীক লগে লগে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু গুৱাহাটীলৈ নি থকা অৱস্থাতে তেওঁ মৃত্যুক সাৱটি লয়।

বিশ্বনাথ প্ৰেছ ক্লাব কাৰ্য্যালয়ত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ কাৰ্য্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞাই আঁত ধৰা সভাখনত প্ৰেছ ক্লাবৰ সম্পাদক বসন্ত বৰা, ভাস্কৰজ্যোতি বৰা, পুলক হাজৰিকা, জয়ন্ত বৰুৱা, হিৰণ্য বৰঠাকুৰ, জগতাৰ সিং, বেদদীপ উপাধ্যায়, আমিৰ খান, কাজি জেইদুল  ইচলাম, ভৰত দাস আদিকে ধৰি সকলো সদস্যই অংশ গ্ৰহণ কৰে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd