• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ’ব উচ্চমানৰ স্কুল ক্ৰিকেট টুৰ্ণামেণ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 11:15 am
Cricket Tournament

প্ৰতিনিধিত্বমূলক ছবি

744
VIEWS
Share on FacebookShare on Twitter

স্কুল স্প’ৰ্টছ প্ৰমোচন ফাউণ্ডেশ্যন (এছ এছ পি এফ)ৰ অধীনত অসমৰ সকলো জিলাক সামৰি শীঘ্ৰেই এক উচ্চমানৰ স্কুল পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হ’ব।

জানিব পৰা মতে, এছ এছ পি এফৰ অধীনত হ’বলগীয়া এই টুৰ্ণামেণ্টৰ পৰাই ৰাজ্যখনৰ স্কুলীয়া ক্ৰিকেটাৰে স্কুল ‘ইণ্ডিয়া কাপ’ত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিব।

প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা এছ এছ পি এফৰ ৰাজ্যিক সমন্বয়ক গৌতম হাজৰিকাই ১ জুনত গুৱাহাটীৰ চানমাৰিত আহ্বান কৰা এক সভাত এই সিদ্ধান্ত লোৱা হয়। উক্ত সভাত ৰাজ্যখনৰ ২৬ খন জিলাৰ প্ৰতিনিধিৰ লগতে অসম ক্ৰিকেট সন্থাৰ কেইবাজনো প্ৰতিনিধি আৰু প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰো উপস্থিত আছিল।

সভাৰ অন্তত প্ৰাক্তন ৰাষ্ট্ৰিয় ক্ৰিকেটাৰ চেতন শৰ্মা, সংগঠক সঞ্জয় ভৰদ্বাজৰ লগতে বিভিন্নজনৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি সভাত উপস্থিত প্ৰতিনিধিসকলে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিল।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়, ছাই, দূৰদৰ্শন, মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, কেন্দ্ৰীয় বিদ্যালয় সংগঠন, নৱোদয় বিদ্যালয় সমিতি আৰু ১৮খন ৰাজ্যৰ শিক্ষা ব’ৰ্ডৰে গঠিত এছ এছ পি এফ হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰসাৰ সংস্থাৰ দ্বাৰা স্বীকৃত সংস্থা। এই সংস্থাৰ দ্বাৰা ক্ৰিকেট, ফুটবল, বাস্কেটবল, এথলেটিকছ আৰু ভলীবলকে ধৰি মুঠ পাঁচটা ইভেণ্টত স্কুল পৰ্যায়ৰ পৰা দেশত ক্ৰীড়া উন্নয়নৰ লোৱা হৈছে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd