DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যপালে প্ৰদান কৰিলে কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰিয় বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 7:19 pm
107
VIEWS
Share on FacebookShare on Twitter

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা সোমবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখিয়ে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মক কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰিয় বঁটা-২০১৭ প্ৰদান কৰাৰ লগতে বিশিষ্ট পৰ্বত আৰোহণকাৰী অংশু জামচেপনা আৰু তৰুণ লেখিকা শৰ্মিষ্ঠা প্ৰীতমক কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় ফেল’শ্বিপ প্ৰদান কৰে। ইয়াৰ উপৰি উক্ত অনুষ্ঠানতে তেওঁ বিশ্ববিদ্যালয়খনৰ এ পি জে আব্দুল কালাম ছাত্ৰ কল্যাণ মিছনৰ অধীনত ‘UPSC’ ৰ মূল পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া চাৰি গৰাকী মহিলা প্ৰাৰ্থীক স্ক’লাৰশ্বিপ প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ সামাজিক দায়বদ্ধতাৰ অংশ স্বৰূপে আয়োজন কৰি অহা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় ফেল’শ্বিপে বিশ্ববিদ্যালয় গোষ্ঠীৰ সমাজ আৰু জীৱনৰ দৃষ্টি প্ৰসাৰ কৰাত উল্লেখযোগ্য অৱদান যোগোৱা লোকসকললৈ শ্ৰদ্ধা জনোৱাৰ ইচ্ছাক প্ৰতিপন্ন কৰে। উল্লেখযোগ্য যে মুখিয়ে সত্য আৰু গণতান্ত্ৰিক মূল্যবোধৰ অগ্ৰদূত ৰূপে চিন্তাৰ স্বাধীনতা আৰু মানৱ মনৰ জিজ্ঞাসাক অনুপ্ৰাণিত কৰাত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে লোৱা ভুমিকাক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যপাল গৰাকীয়ে আৰু কয় যে বিশ্ববিদ্যালখনে ইয়াৰ ভিন্ন শিকাৰুক উদ্দেশ্যি থকা আৰু বিভিন্ন বিদ্যায়তনিক কাৰ্যসূচীৰ জৰিয়তে সাধাৰণ মানুহে অনুভৱ কৰা সামাজিক বিষয় সমূহৰ গভীৰতালৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি তেওঁ বিভিন্ন জেইলৰ ১৩টা শিক্ষা কেন্দ্ৰত বিশ্ববিদ্যালখনে জেইলৰ কয়দীসকলক আগবঢ়াই অহা বিনামূলীয়া শিক্ষা প্ৰদানৰ কাৰ্যসূচীকো প্ৰশংসা কৰে।

বঁটা গ্ৰহণ কৰি প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই কয় যে মানৱ সম্পদেই হৈছে ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ সম্পদ। ‘যদিহে ৰাজ্যখনত প্ৰয়োজনীয় সংখ্যক শিক্ষিত আৰু জ্ঞানী লোকৰ অভাৱ হয় তেন্তে ৰাজ্যখন কেতিয়াও সমৃদ্ধিশালী হৈ উঠিব নোৱাৰিব। পিছ পৰি থকা, দৰিদ্ৰতা, স্বাস্থ্যহীনতা, ক্ষুধা আদি সকলোবোৰ সমস্যাই শিক্ষাৰ নিম্নমানৰ সৈতে জড়িত, সেয়ে শিক্ষিতৰ হাৰ যাতে বৃদ্ধি পায় তাক নিশ্চিত কৰাটো যিকোনো ৰাজ্যৰে মূল প্ৰচেষ্টা হোৱা উচিত।’

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd