• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ : নতুন নিৰিখত দৰমহাৰ সৈতে লাভ কৰিব গৃহভাত্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 11:19 am
secretariat

প্ৰতিনিধিত্বমূলক চিত্ৰ

240
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ। চলিত মাহৰ পৰাই ৰাজ্যৰ কৰ্মচাৰীয়ে দৰমহা আসোঁৱাহ নিৰাময় কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত নতুন নিৰিখত দৰমহাৰ সৈতে লাভ কৰিব গৃহভাত্তা । ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে প্ৰতিটো বিত্ত বিভাগৰ প্ৰধান সচিব, অতিৰিক্ত মুখ্য সচিব, আয়ুক্ত সচিব আৰু সচিবলৈ বৃহস্পতিবাৰে এক পত্ৰৰ জৰিয়তে এই নিৰ্দেশনা জাৰি কৰে।

ইয়াৰ উপৰি ২০১৬ চনৰ এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলক বকেয়া গৃহ ভাত্তাও মুকলি কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৰাজ্যৰ বিত্ত বিভাগে।

উল্লেখ্য যে যদিহে ৰাজ্য চৰকাৰৰ কোনো বিভাগৰ হাতত কৰ্মচাৰীৰ বাবে বকেয়া ধন আদায় দিবলৈ পৰ্যাপ্ত পুঁজিৰ অভাৱ তেন্তে প্ৰয়োজনীয় পুঁজিৰ বাবে সংশ্লিষ্ট বিভাগক মঞ্জুৰিৰ ব্যৱস্থা কৰিবলৈও পত্ৰৰ জৰিয়তে কোৱা হয়।

মনকৰিবলগীয়া যে ৰাজ্য চৰকাৰে ২১ জুনত দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে ৰাজ্যখনত কৰ্মচাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সদৌ অসম কৰ্মচাৰী পৰিষদেও দৰমহা আসোঁৱাহ সমিতিৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি অহা পৰিলক্ষিত হৈছিল।

এনেবোৰ অসন্তুষ্টিৰ মাজতে কালি ৰাজ্যৰ বিত্ত বিভাগে জাৰি কৰা এই নিৰ্দেশনাই স্বাভাৱিকতে ৰাজ্যিক কৰ্মচাৰীসকল কিছু পৰিমাণে হ’লেও সন্তুষ্টি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd