DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যিক চিকিৎসালয় এখন থকাৰ পিছতো কোকিলাত বেজৰ ওচৰলৈ ঢাপলি মেলিছে ৰোগী

ইয়াছীন আলি by ইয়াছীন আলি
August 5, 2018 10:29 am
Photo from Yeasin Ali, Kokila -20180804_153151

কোকিলাত দূৰণিৰ পৰা এনেদৰে ঠেলাৰে চিকিৎলায়লৈ ৰোগী কঢ়িয়াই আনিবলগীয়া হয়। ফটো : ইয়াছীন আলী

94
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা অঞ্চলত স্বাস্থ্য সেৱাৰ ফোঁপোলা স্বৰূপ উদঙাই ৰাইজ শৰণাপন্ন হ’বলগীয়া হৈছে গাঁৱলীয়া বেজৰ। দুৰ্ভাগ্যজনকভাৱে, চৰকাৰৰ স্বাস্থ্য সেৱাৰ অভিলাষী আঁচনি ইয়াত ধোঁৱাচাঙত পৰিণত হৈছে।

এখন ৰাজ্যিক চিকিৎসালয় থকাৰ পিছতো এই বৃহত্তৰ অঞ্চলটোত দুৰ্ভাগ্যজনক কথাটো হ’ল যে উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ বাবেই বেজৰ আশ্ৰয় ল’বলগীয়া হৈছে স্থানীয় ৰোগীসকলে। চিকিৎসকৰ অনিয়মীয়া উপস্থিতি, নাৰ্ছৰ অভাৱ আদি সমস্যাৰ বাবে চিকিৎসালয়খনত ক্ৰমান্বয়ে ৰোগীৰ ভিৰ নাইকীয়া হৈ পৰিছে।

Photo from Yeasin Ali, Bongaigaon -20180804_153210
চিকিৎসাৰ সু-ব্যৱস্থাৰ অভাৱত বেজৰ শৰণাপন্ন হৈছে ৰোগী। ফটো: ইয়াছীন আলী

আনহাতে, স্বাস্থ্য সেৱাৰ আমূল পৰিৱৰ্তনৰ কথা স্বাস্থ্যমন্ত্ৰীয়ে যিমানেই নকওঁক কিয় বঙাইগাঁও জিলাৰ এইখন চাকলা কোকিলা ৰাজ্যিক চিকিৎসালয়ে ইয়াৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

ইয়াত ৰাজ্যিক চিকিৎসালয়খন নামতহে আছে। কোনো প্ৰকাৰৰ এম্বুলেঞ্চৰ ব্যৱস্থা ইয়াত নাই। যাৰ বাবে ঠেলা, চাইকেলেৰেই দূৰ-দূৰণিৰ পৰা ৰোগীক চিকিৎসালয়লৈ লৈ আনিবলগীয়া হয়। তদুপৰি, ৰাজ্যিক চিকিৎসালয়খনত যদি কেতিয়াবা চিকিৎসক আছে নাৰ্ছ নাই, যদি নাৰ্ছ আছে চিকিৎসক নাই আৰু যদি নাৰ্ছ, চিকিৎসক দুয়োটাই থাকে তেন্তে পৰ্যাপ্ত ঔষধ নাথাকে।

ৰাজ্যিক চিকিৎসলয় খনত চিকিৎসাৰ সু-ব্যৱস্থা নথকাৰ বাবেই এতিয়া বহু ৰোগীয়ে বেজকে বিশ্বাসত ল’বলৈ বাধ্য হৈ পৰিছে বুলি জানিব পৰা গৈছে। আনহাতে, এই ৰাজ্যিক চিকিৎসালয়খনৰ প্ৰতি স্বাস্থ্যমন্ত্ৰীয়ে দৃষ্টি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd