DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ চাকিৰমুখী নিবনুৱা প্ৰাৰ্থীলৈ সু-খবৰ : আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা ৪৪ বছৰলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 10:27 am
One ‘tola’ Gold scheme will reduce Talaq, divorce: Himanta Biswa

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

88
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে কৰা এক ঘোষণাই ৰাজ্যবাসীৰ নিবনুৱা যুৱক সকললৈ কঢ়িয়াই আনে এক সু-খবৰ।

সংবাদমেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি চৰকাৰী চাকৰিৰ আবেদনকাৰী সকলৰ বয়সৰ ঊৰ্ধ্বসীমা পূৰ্বৰ ৩৮ বছৰৰ সলনি ৪৪ বছৰলৈ বৃদ্ধি কৰে।

আনহাতে সংবামেলতে হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা তৃতীয় আৰু চতুৰ্থবৰ্গৰ চাকৰিৰ বাবে কোনো ধৰণৰ মাচুল আদায় দিব নালাগে। বিত্ত বিভাগে এই ক্ষেত্ৰত প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিছে।

বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে, ‘তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ বাবে মাচুল ৰেহাইৰ ব্যৱস্থা থাকিলেও অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা গ্ৰেড ৱান আৰু টু পদৰ বাবে মাচুল আদায় দিব লাগিব। অৱশ্যে পূৰ্বৰ তুলনাত এই মাচুল যথেষ্ট হ্ৰাস কৰাৰ বাবে আবেদনকাৰীয়ে ২৫০ টকা মাচুল আদায় দিলেই হ’ব। ইয়াৰ বিপৰীতে অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১৫০ টকা মাচুল দিলেই হ’ব।’

তাৰোপৰি হাইস্কুলসমূহত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা ১৫ হেজাৰ টকাৰপৰা ২০ হেজাৰ টকালৈ বৃদ্ধিৰ বাবেও অনুমোদন দিয়া হৈছে বুলি মন্ত্ৰী গৰাকীয়ে সংবাদমেলত ঘোষণা কৰে।

লগতে চৰকাৰী ছ’চাইটীসমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ আকস্মিক মৃত্যুত পৰিয়ালক ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও আৰম্ভ হৈছে বুলিও বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd