• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ প্ৰস্তুতি

NE NOW NEWS ৰিদীপ শৰ্মা
কলিয়াবৰ , April 12, 2018 6:25 am

1 min read

Screenshot_20180411_225857
121
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ  ৰঙালী বিহুক লৈ উখল-মাখল পৰিবেশ। আকাশে-বতাহে বৈছে ঢোল-পেপাঁৰ গুঞ্জন। ঢোল-পেপাঁৰ মাতত আত্মহাৰা ককাঁল ঘূৰাই নাচিছে জীয়ৰী-বোৱাৰী সকলোৱে। উজনিৰ পৰা নামনিলৈ বিহুতলি-বিহুমঞ্চ কঁপাবলৈ সাজু হৈছে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বিহুদল কলিয়াবৰৰ ফ্ৰেণ্ডছিফ ক্লাৱ। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৩৫ খন বিহুতলিলৈ নিমন্ত্ৰণ লাভ কৰি আনন্দিত হৈ পৰিছে বিহু দলটি।

আনহাতে কলিয়াবৰৰ আন এটা বিহু শ্ৰেষ্ঠ বিহু দল ব্ৰহ্মপুত্ৰ বিহু দলেও বিগত বৰ্ষৰ দৰে এইবাৰো ৰাইজৰ মাজত বিহু প্ৰদৰ্শনৰে মৰম বুটলিবলৈ পূৰ্ণ গতিত বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে।

কলিয়াবৰত আন এক ব্যতিক্ৰম প্ৰয়াসৰে কলিয়াবৰ আঞ্চলিক ছাত্র সন্থাই ১০০ গৰাকী নাচনী আৰু ১০ জন ঢুলীয়াৰে এক বিহু কৰ্মশালাৰ  আয়োজন কৰিছে । এইদৰে নৱ প্ৰজন্মৰ বাবে এক নতুন মঞ্চ আগবঢ়াইছে কলিয়াবৰ আঞ্চলিক ছাত্র সন্থাই।

১ ব’হাগৰ দিনা কুঁৱৰীটোল গান্ধী খেল পথাৰত কলিয়াবৰ আঞ্চলিক  ছাত্ৰ সন্থাই মুকলি বিহুৰ আয়োজন কৰিছে। উক্ত মুকলি বিহুত বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰণ কৰা বিহু দল সমূহৰ লগতে কলিয়াবৰ ছাত্র সন্থাৰ তত্বাৱধানত প্ৰশিক্ষণ দিয়া ১০০ গৰাকী নাচনী আৰু ১০ জন ঢুলীয়াৰ বিশেষ বিহু দলটিৰ বিহু প্ৰদৰ্শন ব্যৱস্থা কৰিছে।

এনেদৰেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৰাইজ ব্যস্ত হৈ পৰিছে।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd