• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ ক্ৰীড়া ক্লাবসমূহৰ উন্নয়নৰ পদক্ষেপ ল’ব ৰাজ্য চৰকাৰে : মুখ্য মন্ত্ৰী

এনই নাও নিউজ by এনই নাও নিউজ
June 6, 2018 8:58 pm
06-06-18 Dibrugarh- CM felicitate HS Rank holder Swagat Gogoi
286
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়াৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া ৰাজ্য চৰকাৰে ক্ৰীড়া ক্লাবসমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে।

আজি ডিব্ৰুগড়ৰ মিলন নগৰস্থিত অসমী সংঘৰ উদ্যোগত আৰু ডিব্ৰুগড় শৰীৰ চৰ্চা সন্থাৰ সহযোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি তেওঁ এই কথা উল্লেখ কৰে।

তেওঁ লগতে কয় যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহ বিচাৰি উলিয়াই সেই প্ৰতিভাসমূহ বিকশাই তোলাৰ ক্ষেত্ৰত ক্ৰীড়া ক্লাব সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।

 

তদুপৰি মুখ্য মন্ত্ৰীয়ে উজবেকিস্তানত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইয়ুথ এছিয়ান ভাৰত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক প্ৰাপ্ত ডিব্ৰুগড়ৰ সুৰজিৎ চাংমাই আৰু সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত নৱম স্থান প্ৰাপ্ত ডিব্ৰুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্সৰ ছাত্ৰ স্বাগত গগৈক সম্বৰ্ধনা জনায়।

উক্ত অনুষ্ঠানত সোণোৱালে সংঘৰ তৰফৰ পৰা শৰীৰ চৰ্চা কেন্দ্ৰটোৰ আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে অনুদান বিচাৰি প্ৰদান কৰা পত্ৰ গ্ৰহণ কৰি উক্ত পত্ৰ বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ সৈতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদ্দুৰী, আৰক্ষী অধীক্ষক গৌতম বৰা, ক্ৰীড়া সংগঠক, খেলুৱৈকে ধৰি বহুকেইজন গন্য-মান্য ব্যক্তি উপস্থিত আছিল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd