DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰে শীঘ্ৰে মুকলি কৰিব ‘স্বাৱলম্বন’ আৰু ‘কাৰাগাৰৰ পৰা কাৰীগৰ’ শীৰ্ষক দুখন আঁচনি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2018 10:11 am
Chandra Mohan Patowary File Photo

চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ছবি।

88
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু কাৰাবন্দীসকলৰ দক্ষতা বিকাশৰ লক্ষ্যৰেই ৰাজ্য চৰকাৰে অতি শীঘ্ৰে দুখন আঁচনি মুকলি কৰিব। শুকুৰবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন কৰ্মশালাত ৰাজ্যখনৰ বাণিজ্য আৰু দক্ষতা বিকাশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা ঘোষণা কৰে।

তেওঁ উল্লেখ কৰি কয় যে আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলৰ দক্ষতা বিকাশৰ বাবে ‘স্বাৱলম্বন’ আৰু কাৰাবন্দীসকলৰ দক্ষতা বিকাশৰ বাবে ‘কাৰাগাৰৰ পৰা কাৰীগৰ’ শীৰ্ষক আঁচনি দুখন অতি শীঘ্ৰে মুকলি কৰা হ’ব। লগতে মন্ত্ৰী পাটোৱাৰীয়ে কয় যে আনুষ্ঠানিক শিক্ষাতকৈও দক্ষতাৰ বিকাশৰ প্ৰযোজনীয়তা আজিৰ সমাজত বহু বেছি।

অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত আয়োজিত কৰ্মশালাত ছিংগাপুৰৰ ইনষ্টিটিউট অৱ টেকনিকেল এডুকেশ্যনৰ লগত অসম চৰকাৰৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। এই চুক্তি অনুসৰি ছিংগাপুৰত প্ৰতিষ্ঠানটোৰ দুগৰাকী প্ৰশিক্ষকে অসমৰ ৩০ গৰাকী নিৰ্বাচিত প্ৰশিক্ষকক চাৰি সপ্তাহজোৰা প্ৰশিক্ষণ প্ৰদান কৰিব।

উল্লেখ্য যে এই ৩০গৰাকী প্ৰশিক্ষকে বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন দক্ষতা বিকাশ প্ৰতিষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰিব। এই উদ্দেশ্যেৰে ৩০জন নিৰ্বাচিত ব্যক্তিক শীঘ্ৰে ছিংগাপুৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে পৰবহণ মন্ত্ৰী পাটোৱাৰীয়ে এক নতুন আঁচনিৰ কথাও উল্লেখ কৰা দেখা যায়। ‘আঞ্চলিক সংযোগ আঁচনি’ৰ অধীনত শীঘ্ৰে গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ বিমানসেৱা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। ইফালে কালিৰ এই কৰ্মশালাখনত ছিংগাপুৰৰ ইনষ্টিটিউট অৱ টেকনিকেল এডুকেশ্যন সঞ্চালক লিম বুন টিয়ঙো উপস্থিত থাকে।

Recent News

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd