DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাম মাধৱৰ বক্তব্যই স্পষ্ট কৰিছে বিজেপিয়ে গৃহীত কৰিব নাগৰিকত্ব বিধেয়ক : এ আই ইউ ডি এফ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2018 11:30 pm
91
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) বিৰোধিতা আৰু এন আৰ চি সন্দৰ্ভত এ আই দি ইউ এফে আজি ১৫ মে’ত এক সংবাদ মেল আয়োজন কৰে।

‘বিজেপিৰ অসমৰ দায়িত্বত থকা ৰাম মাধৱে অসম জ্বলিলেও, অসমত প্ৰতিবাদ হ’লেও এই বিল পাছ কৰা হ’ব বুলি কোৱা কথাষাৰৰ উদ্দেশ্য প্ৰকৃততে কি?’ বুলি প্ৰশ্ন কৰি সংবাদমেলখনত এ আই ইউ দি এফৰ নেতা আমিনুল ইছলামে দাবী কৰে যে এই কথাই স্পষ্ট কৰিছে বিজেপিয়ে এই বিল যেনে-তেনে হ’লেও পাছ কৰিব আৰু সেয়ে ৰাম মাধৱে এনে মন্তব্য দিয়াৰ পিছতো সৰ্বানন্দ সোণোৱালকে ধৰি অন্য নেতাসকলে এই কথাৰ বিৰোধ নকৰিলে।

ইছলামে কয় যে ‘যদিও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সংবাদ মাধ্যমৰ মুখ্য সম্পাদকসকলক লৈ এখন আলোচনাত মিলিত হৈ কৈছিল যে অসম বিৰোধী কাম তেওঁ নকৰে। কিন্তু এটা কথা স্পষ্ট যে তেওঁৰ দলৰে ৰঞ্জিত দাসৰ বক্তব্য বেলেগ, ড০ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য বেলেগ।’

বিধেয়কখনক লৈ ‘অগপৰ স্থিতি সন্দেহজনক’ বুলিও তেওঁ মন্তব্য কৰে।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছুকে ধৰি সকলো দল-সংগঠনকে ঐক্যবদ্ধ হোৱাৰ বাবেও এ আই ইউ ডি এফে আহ্বান জনাইছে।

লামডিঙৰ বিহুত চ’চিয়েল মিডিয়াৰ জৰিয়তে জুবিন গাৰ্গৰ অনুষ্ঠান বৰ্জন আৰু অসমীয়া জাতি ধ্বংস কৰাৰ কথাত ‘সেইসকলৰ এই জাতিধ্বংশী প্ৰক্ৰিয়াক এ আই ইউ ডি এফে কোনোপধ্যে মানি ল’ব নোৱাৰো’ বুলি নেতাজনে মত প্ৰকাশ কৰে।

ডব্লিউ পি চি ৩৬০/২০১৭ ধাৰাত আখতাৰা খাতুনৰ নামৰ মহিলাগৰাকীৰ গোচৰৰ উল্লেখ কৰি এন আৰ চি উন্নীতকৰণত হোৱা খেলিমেলি সন্দৰ্ভত দলটোৱে উচ্চতম ন্যায়ালয়ত অনতিপলমে এক আবেদন জনাব বুলিও সদৰী কৰে।

অহা ২১ মে’ত এ আই ইউ ডি এফে মহকুমাধিপতি আৰু জিলা উপায়ুক্তক সাক্ষাৎ কৰি ক’লা বেজ পৰিধান কৰি এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিব।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd