• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰপতি হৈ প্ৰথমবাৰৰ বাবে অসমত ভৰি দিলে কোবিন্দে

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, ইটানগৰ :
, November 19, 2017 10:24 am

2 min read

ৰাষ্ট্ৰপতি হৈ প্ৰথমবাৰৰ বাবে অসমত ভৰি দিলে কোবিন্দে
59
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যলৈ চাৰি দিনীয়া ভ্ৰমণ কাৰ্য্যসূচী লৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজি পুৱাই লখিমপুৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হয়। তাৰ পাছতে তেওঁ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অৰুণাচলৰ ইটানগৰৰ অভিমুখে ৰাওনা হয়। তাত তেওঁ স্বামী বিবেকানন্দ কেন্দ্ৰৰ ৪০ বছৰ পূৰ্ণ হোৱা উদ্দেশ্যে অনুষ্ঠিত এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত ভাষণ দি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে অৰুণাচল প্ৰদেশ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ শিৰোমণি স্বৰূপ। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ মাজতে অৰুণাচল বিধান সভাৰ বিশেষ অধিবেশনতো অংশগ্ৰহণ কৰাৰ কথা। আনহাতে কাইলৈ ৰাষ্ট্ৰপতিয়ে শিলচৰত অনুষ্ঠিত হৈ থকা নমামি বৰাক মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। অহা ২১ নৱেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইম্ফলত ৰাষ্ট্ৰপতিগৰাকীয়ে নৰ্থ-ইষ্ট ডেভেলপমেন্ট ছামিট উদ্বোধন কৰিব আৰু লগতে মণিপুৰৰ ছাংগাই উৎসৱৰো শুভ উদ্বোধন কৰিব।

ইফালে ইটানগৰৰ পৰা অহা খবৰ অনুসৰি ৰাষ্ট্ৰপতিৰ অৰুণাচল ভ্ৰমণৰ প্ৰাকমূহুৰ্তত অৰুণাচলৰ কংকুত প্ৰায় ৪ শতাধিক লোকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে ৰাস্তা-ঘাট নিৰ্মাণৰ লগতে স্থানীয় কিছু সমস্যাৰ সমাধানৰ দাবী জনাই এই প্ৰতিবাদ কৰা বুলি কয়। তেওঁলোকে চৰকাৰৰ অকৰ্মণ্যতা তথা মিছা প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ পৰা বুলি কয়। বছৰ বছৰ ধৰি প্ৰতাৰণাৰ বলি হৈ অহা প্ৰতিবাদকাৰীসকলে পৰৱৰ্তী নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব বুলিও কয়।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd