• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল আন এগৰাকী অসমীয়া নগাঁৱৰ ৰুকচানা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 14, 2018 7:57 am

1 min read

FILMAWARDSjpg

৬৫ তম ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰাৰ মুহূৰ্তত জুৰিৰ অধ্যক্ষ শেখৰ কাপুৰ

124
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ঘোষণা কৰা ৬৫ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰীমা দাসৰ ৰ’কষ্টাৰে ইতিহাস ৰচনা কৰাৰ বাতৰিয়ে সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ সৃষ্টি কৰিছে।একেদৰে উৎপল বৰপূজাৰীৰ ইশু ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা লাভ কৰা সংবাদেও সকলোকে আনন্দিত কৰিছে।

এইবাৰৰ ৰাষ্ট্ৰীয় বঁটাত আন এগৰাকী অসমীয়াই বিশেষ উল্লেখ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে। নগাঁও চহৰৰ নতুন বজাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল নুৰ ভূঞা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিন্দীয়া আফৰুজা হকৰ কন্যা ৰুকচানাই ‘কেক ষ্ট’ৰী’ নামৰ চুটি ছবি এখনৰ বাবে অকাহিনী শিতানত বিশেষ উল্লেখ ৰাষ্ট্ৰীয় বটাঁ লাভ কৰিছে।

ৰুকচানাই পুণেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব্‌ ইণ্ডিয়াৰ পৰা ছবিৰ পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰিছিল। মুম্বাইত চলচ্চিত্ৰ জগতৰ সৈতে জড়িত হৈ থকা ৰুকচানাই অসমৰ বাবে আৰু এটা সন্মান কঢ়িয়াই আনিলে।

ৰাষ্ট্ৰীয় পৰ্যায়ত এই বটাঁ লাভ কৰি খুবেই আনন্দিত বুলি বৰ্তমান কৰ্মসূত্ৰে মুম্বাইত থকা ৰুকচানাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd