DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন ৰিয়েলিটী শ্ব’লৈ গোৱালপাৰাৰ লুনা দেৱী

এন ই নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নিউজ ব্যুৰো, গুৱাহাটী:
November 25, 2017 11:11 am
157
VIEWS
Share on FacebookShare on Twitter

সংগীতৰ ক্ষেত্ৰখনত নতুন আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ গোৱালপাৰাৰ সন্তান কণমানি লুনা দেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন চেনেল কালাৰ্চত চলিব লগীয়া ‘ৰাইজিং ষ্টাৰ’২০১৭ সংগীত প্ৰতিযোগিতালৈ  নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে। জানিব পৰা মতে যোৱা ১১ নৱেম্বৰত মহানগৰীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীত কালাৰ্চে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত কণ্ঠ পৰীক্ষা অনুষ্ঠত কৰিছিল । ৪ বছৰৰ পৰা ১৩ বছৰ বয়সসীমালৈকে যোগদান কৰা প্ৰায় ৩০০০ প্ৰতিযোগীৰ মাজৰ পৰা মুঠ ১০ গৰাকী নিৰ্বাচিত হৈছিল। তাৰ ভিতৰতে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল গোৱালপাৰাৰ আগিয়াৰ কণমানি লুনা।

ইতিমধ্যে লুনাক এই ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণৰ বাবে মুম্বাইলৈ আমন্ত্ৰণ জনোৱা হৈছে। লুনাৰ পিতৃ পেছাত এখন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক। আগিয়াৰ বালিজানা আঞ্চলিক বিদ্যালয়ৰ এজন শিক্ষক হিচাপে লুনাৰ পিতৃয়ে মাজে-সময়ে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সমস্যাত ভোগে। তথাপি নিজ কন্যাৰ এই সাফল্যই তেওঁক অত্যন্ত সুখী কৰিছে।

উল্লেখযোগ্য যে লুনা দেৱীয়ে অসমৰ জনপ্ৰিয় চেনেল ৰামধেনুৰ দ্বাৰা আয়োজিত ঝংকাৰ দ্যা লিটিল চেম্পছ ছিজন-২ ৰ  দ্বিতীয় ৰাউণ্ডলৈকে প্ৰৱেশ কৰিছিল। লুনাৰ এই সাফল্যই সমগ্ৰ আগিয়া অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি অঞ্চলবাসীয়ে কয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন চেনেলৰ ৰিয়েলিটী শ্ব’ত যোগদান কৰিবলৈ সুবিধা পোৱা বাবে গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাই ভূয়সী প্ৰশংসা  কৰিছে।

এন ই নাওৰ তৰফৰ পৰাও গোৱালপাৰাৰ লুনালৈ অশেষ শুভকামনা জ্ঞাপন কৰা হ’ল।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd