DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় মীন পালন দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতা সভা

ইয়াছিন আলী by ইয়াছিন আলী
July 10, 2018 9:36 pm
ৰাষ্ট্ৰীয় মীন পালন দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতা সভা
161
VIEWS
Share on FacebookShare on Twitter

আজি বঙাইগাঁও জিলাৰ চাপাৰাকাটাত জিলা মীন উন্নয়ন বিষয়াৰ উদ্যোগত চাপৰাকাটা আঞ্চলিক ৰঙালী বিহু সন্মলনী প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় মীন পালন দিৱস উদযাপন সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়।

আজিৰ ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে পুৱা ৯ বজাত এচ ডি অ’ সদৰ নিত‍্যাবিনোদ ৱাৰী আৰু জিলা মীন বিষয়াই মাণিকপুৰ নাম্বাৰপাৰাৰ নজৰুল ইছলামে উৎপাদন কৰা পোনা মাছ বঙাইগাঁও ইকো পাৰ্কত মেলি দিয়াৰ লগতে ১০ বজাত জিলাখনৰ পাঁচ শতাধিক মীন পালকৰ উপস্থিতিত চাপৰাকাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন প্ৰেক্ষাগৃহত জিলা মীন উন্নয়ন বিষয়া ডাঃঅনুপম শৰ্মা, ছফিকুৰ ৰহমান আৰু ধনজিৎ দাস, মীন উন্নয়ন বিষয়া, অজিত কুমাৰ কলিতা, বদিয়ত জামান ফকীৰ, গীৰিশ তালুকদাৰ, সমৰজিৎ বৰা আৰু শশাংক বৰুৱা মীন প্ৰদৰ্শকৰ লগতে আৰু অন‍্যান‍্য বিষয়া সকল উপস্থিত থাকে।

জিলাখনৰ ভিতৰত বছৰটোৰ শ্ৰেষ্ঠ মীন পালক ক্ৰমে নজৰুল ইছলাম, জহৰ আলী আৰু আজিজ ৰহমানক বঁটা আগবঢ়োৱাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে মাছ পালন সম্পৰ্কে দিহা পৰামৰ্শ আগবঢ়ায়।

Recent News

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd