• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাস্তাত অশ্লীল ইংগিত দিয়া যুৱকৰ গালত চেণ্ডেলৰ চৰ যুৱতীৰ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , May 26, 2018 10:50 pm

1 min read

92
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা নগাঁৱৰ ধিং গেটৰ উৰণীয়া সেতুৰ সমীপত এগৰাকী যুৱতীক অশ্লীল ইংগিত দি স্থানীয় ৰাইজৰ হাতত মাৰ খোৱাৰ লগতে যুৱতীৰ চেণ্ডেলৰ কোব খাবলগীয়া হয় এজন যুৱকে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা এগৰাকী যুৱতীয়ে মাকৰ সৈতে গৈ থকা অৱস্থাতে নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওচৰেৰে গৈ থকা অৱস্থাত ৰেকিবুদ্দিন নামৰ যুৱকজনে পথচাৰী যুৱতীগৰাকীক উদ্দেশ্যি লক্ষ্য কৰি অশ্লীল ইংগিত প্ৰদান কৰে।

ফলত যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে এই কথা ধিং গে’টৰ স্থানীয় লোকক অৱগত কৰে। স্থানীয় লোকে যুৱকজনৰ অপকৰ্মৰ বিষয়ে জানিব পাৰি যুৱকজনক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধায়। লগতে যুৱতী গৰাকী আৰু যুৱতী গৰাকীৰ মাতৃয়েও ৰাজপথতে চেণ্ডেল খুলি যুৱকজনৰ গালত চৰ সোধায়। পাছত যুৱকজনক স্থানীয় লোকে আৰক্ষীক চমজাই দিয়ে।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি নগাঁও অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে প্ৰায়ে এনেধৰণে যুৱতী তথা মহিলাক হাৰাশাস্তি কৰি আহিছে। গতিকে প্ৰশাসনক এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Recent News

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd