• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’লত মহিলাৰ নিৰাপত্তাহীনতা অব্যাহত : এইবাৰ বি জি এক্সপ্ৰেছত ধৰ্ষণৰ পৰা কোনোমতে বাচিল এজনী ছোৱালী

NE NOW NEWS মুকুট দাস
গুৱাহাটী , August 8, 2018 12:50 pm

1 min read

Koraiba Wilson

ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত ৰেইল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মণিপুৰৰ কৰাইবা উইলছন।

94
VIEWS
Share on FacebookShare on Twitter

যোৱা ১০ জুলাইত ৰে’লত শিৱসাগৰৰ ৰাধা কুমাৰী নামৰ এগৰাকী যুৱতীক মাকে ৰে’লত উঠাই থৈ যোৱাৰ দহ-পোন্ধৰ মিনিটৰ ভিতৰতে দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত আজি যোৱা নিশা অনুৰূপ ঘটনাৰ পৰা কোনোমতে বাচিল এজনী ছোৱালী।

ৰে’ল আৰক্ষীয়ে জনোৱা মতে, যোৱা নিশা ডিমাপুৰৰ পৰা কামাখ্য ষ্টেইশ্যনলৈ অহা বি জি এক্সপ্ৰেছ (নং15666)নামৰ ৰে’লগাড়ীখনত ককায়েকৰ সৈতে উঠা এজনী ছোৱালীক ৰে’লখনে যাত্ৰা কৰাৰ অলপ পিছতে লামডিং অঞ্চলত এজন লোকে ককায়েকৰ সন্মুখতে ধৰ্ষণৰ চেষ্টা কৰে।

কিন্তু আৰু আন যাত্ৰীসকল ছোৱালীজনীক বচাবলৈ সক্ষম হয়। ককায়েকে ৰে’ল আৰক্ষীক ফোন কৰি সহায় বিচাৰে যদিও ৰে’লখন গতিত থকা বাবে দুৰ্বৃত্তক ধৰিব নোৱাৰিলে।

ৰে’লখন গুৱাহাটী আহি পোৱাৰ পিছতহে গুৱাহাটী ৰেইলৱে’ আৰক্ষীয়ে দুৰ্বৃত্তজনক গ্ৰেপ্তাৰ কৰে। অভিযুক্তজনৰ নাম কৰাইবা উইলছন বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ মণিপুৰৰ সেনাপতি জিলাৰ টাদুবি আৰক্ষী থানাৰ অধীনৰ মাৰাম মাথাক গাৱঁত।

ৰেইল আৰক্ষী বিষয়া উৎপল কুমাৰ দাসে জনাইছে যে ঘটনাস্থল যিহেতু ডিমাপুৰৰ ওচৰত গতিকে উইলছনক ডিমাপুৰলৈ প্ৰেৰণ কৰা হ’ব। অভিযুক্তজনক বৰ্তমান ৰেইল আৰক্ষীৰ লক আপত ৰখা হৈছে।

Recent News

হাম দো হামাৰে দো  : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

হাম দো হামাৰে দো : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd