• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰেৱতী ফুকনৰ সন্ধানৰ দাবীত চাবুৱাত মটক যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS এন ই নাও নিউজ
তিনিচুকীযা , July 14, 2018 9:04 am

2 min read

31189643_1942875795725254_5465004773562384384_n-570x320

নিৰুদ্দিষ্ট হৈ থকা ৰেৱতী ফুকন : ফাইল ফটো

82
VIEWS
Share on FacebookShare on Twitter

আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম ভূমিকা গ্ৰহণকাৰী, পি চি জিৰ প্ৰাক্তন সদস্য তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকনৰ সন্ধানৰ দাবীত শুকুৰাবাৰে চাবুৱাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

মটক যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু চাবুৱা আঞ্চলিক সমিতিৰ সহযোগত অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আলফা-চৰকাৰৰ শান্তি আলোচনাৰ পথ মসৃন কৰি তোলাৰ দিশত মুখ্য ভূমিকা পালন কৰা, আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্যবন্ধু ৰেৱতী ফুকন আজি দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ থকা বিষয়টোত চৰকাৰে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি অহাৰ অভিযোগ সংগঠনটোৰ।

গুৱাহাটীৰ পৰা ৰেৱতী ফুকনৰ নিখোজ হোৱাৰ আঢ়ৈ মাহ উকলি যোৱাৰ পাছতো সন্ধান উলিওৱাত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ গৃহ তথা চোৰাংচোৱা বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। ফুকনৰ শুংসূত্ৰ উলিয়াব নোৱৰা বিষয়টোৱে চৰকাৰৰ ভূমিকাৰ ওপৰত সন্দেহ ওপজাৰ লগতে ক’ৰবাত এক গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি সংগঠনটোৰ নেতৃবৃন্দই চৰকাৰক তীব্ৰ সমালোচনা কৰে।

আনহাতে পিতৃৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত অসম আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাত যোৱা ২৯ মে’ত ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ দেউতাকৰ সন্ধান বিচাৰি গোচৰ তৰিছিল। অসম চৰকাৰে নিৰ্দিষ্ট সময়ত ন্যায়ালয়কো নিজৰ প্ৰতিবেদন দাখিল কৰা নাই। বৰঞ্চ ৰেৱতী ফুকন সন্ধানহীন হোৱা বিষয়টোক অধিক ৰহস্যময় কৰি তোলাহে পৰিলক্ষিত হৈছে বুলি অভিযোগ তুলিছে সংগঠনটোৱে।

মটক যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অনন্ত গগৈ আৰু সম্পাদক উমাকান্ত গগৈয়ে অতি শীঘ্ৰে ৰেৱতী ফুকনৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল’বলৈ দাবী জনাই স্থানীয় চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd