• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোগীৰ অনুপাতে চিকিৎসকৰ অভাৱ : গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ তাই আহোম ছাত্ৰ সন্থাৰ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
July 19, 2018 8:15 pm
ডিমৌ চিকিৎসালয়
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে ডিমৌ ৰাইচাইত স্থাপিত হোৱা ডিমৌ আদৰ্শ চিকিৎসালয়খনত চিকিৎসকৰ নাটনিয়ে ডিমৌৰ স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা ডিমৌ আদৰ্শ চিকিৎসালয়খনত বৰ্তমান কেৱল মাত্ৰ ৪ জন চিকিৎসকে সেৱা আগবঢ়াই আছে।সেয়ে নিশা চিকিৎসালয়লৈ অহা ৰোগীয়ে চিকিৎসক বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিবলগীয়াও হৈছে।

প্ৰায় আঢ়ৈ বছৰৰ পিছত স্বাস্থ্য বিভাগে চিকিৎসালয়খনত এজন অধীক্ষক নিযুক্তি দিছে যদিও চিকিৎসালয়খনৰ নামত কেইগৰাকীমান নাৰ্ছৰ বাদে এজনো চিকিৎসক আৰু কৰ্মচাৰী নিয়োগ নকৰাত চিকিৎসালয়খনত বৰ্তমান সময়ত এক সমস্যাই দেখা দিছে।

Apply Now

দিনে নিশাই মাত্ৰ ৪ জন চিকিৎসকে ৰোগীক সেৱা আগবঢ়াই চিকিৎসকসকল ভাগৰুৱা হৈ পৰিছে। ইয়াৰ লগতে প্ৰসূতিজনিত অস্ত্ৰোপচাৰ হোৱা চিকিৎসালয়খনত কৰ্তব‍্য পালন কৰাৰ উপৰি দিনে নিশাই ৰোগীক সেৱা আগবঢ়োৱাতো প্ৰায় অসম্ভৱ হৈ পৰিছে।

আনহাতে চিকিৎসালয়খনত নাই এজনো মেডিচিন, ই এন টি, শল্য চিকিৎসকৰ দৰে বিশেষজ্ঞ। বিভিন্ন সময়ত একাংশ ৰোগীয়ে চিকিৎসালয়খনত চিকিৎসকৰ অনুপস্থিতিত হাহাকাৰ কৰিব লগা কাৰ্য্যই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। থাওৰা সমষ্টিৰ সমূহ ৰাইজে আদৰ্শ চিকিৎসালয়খনত ৰোগী সকলৰ প্ৰতি লক্ষ্য ৰাখি আন আন পদসমূহত শীঘ্ৰে নিযুক্তি প্ৰদান কৰিবলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

তদুপৰি, চিকিৎসালয়খনৰ আন্তঃগাঁথনি অতি বিপদজনক অৱস্থাত আছে। চিকিৎসালয়খনৰ সামগ্ৰিক পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত আজি ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাই  মহকুমা স্বাস্থ্য বিষয়া জনৈক উল্লাহ আৰু জিলা যুটীয়া সঞ্চালক ( স্বাস্থ্য ) ৰিপুন বৰপূজাৰীক বিষয়টো অৱগত কৰিছিল যদিও।তেওঁলোকে বিষয়টো সম্পূৰ্ণ এৰাই চলি সেয়া তেওঁলোকৰ দায়িত্ব নহয় বুলি  চুড়ান্ত হেমাহি প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে।

তাই আহোম ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিকৰ সাধাৰণ সম্পাদক সুমিত সন্দিকৈয়ে চিকিৎসালয়খনৰ এই সমূহ সমস্যা শীৰ্ঘে সমাধান কৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজৰ সহযোগত তাই আহোম ছাত্ৰ সন্থাৰ ডিমৌ আৰু শিৱসাগৰ জিলা সমিতিয়ে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি কয়।

 

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd