• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৱেলে’ন্তাইন দে’ উপলক্ষে গুৱাহাটীত জুবলী ফাউণ্ডেইশ্যনৰ সহযোগিতাত আয়োজন অংগ দান অভিযান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2018 5:34 pm

1 min read

valentines day organ donation in guwahati
95
VIEWS
Share on FacebookShare on Twitter

ৱেলে’ন্তাইন দে’ উপলক্ষে গুৱাহাটীত আয়োজন কৰা হৈছে এক অংগ দান অভিযান।

জুবলী ফাউণ্ডেইশ্যনৰ সহযোগিতাত কাইলৈৰ ৱেলে’ন্তাইন দে’ উপলক্ষে ‘জীৱনৰ উপহাৰ’ শীৰ্ষক এক বিশেষ কাৰ্য্যসূচী লোৱা হৈছে।

অংগ দানক লৈ থকা অন্ধবিশ্বাস আৰু বৰ্তমান সমাজত ইয়াৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে খানাপাৰাৰ গ্ৰীনৱুদ ৰিচ’ৰ্তত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে।

এই ৰিচ’ৰ্টখনত বিশেষ ৱেলে’ন্তাইন দে’ উদযাপন কৰিব খোজা যোৰাবোৰে অনুষ্ঠানটোত বিশেষভাৱে পৰিৱেশন কৰা মুখলৈ পানী অহা খাদ্য খাবলৈ পোৱাৰ লগতে থাকিব উমাল পৰিৱেশত আয়োজিত এক জাকজমক ফেশ্বন প্ৰদৰ্শনী। অনুষ্ঠানটোত দিজে’ৰ পৰিচালনাত এঘণ্টীয়া নৃত্যানুষ্ঠানো থাকিব।

অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ হ’ব মমৰ পোহৰত নৈশাহাৰ, আনন্দদায়ী ক্ৰীড়া আৰু অন্যান্য কাৰ্য্যকলাপ, আকাশবন্তি উৰণ আদি।

সন্ধিয়াটোত সংগৃহীত সকলো বৰঙনি জুবলী ফাউণ্ডেইশ্যনলৈ আগবঢ়োৱা হ’ব।

জুবলী ফাউণ্ডেইশ্যন জনাজাত অসমীয়া গয়িকা জুবলী বৰুৱাই আৰম্ভ কৰা এক লাভহীন সংস্থা।

জুবলী ফাউণ্ডেশ্যনে অংগ দানক উৎসাহিত কৰা আৰু এই সম্পৰ্কে জনসাধাৰণক সঠিক তথ্য জনোৱাৰ বাবে কাম কৰি আহিছে।

স্বাস্থ্য খণ্ডত বৰ্তমান থকা অংগ সংকটৰ মোকাবিলা আৰু অংগ সংৰোপনৰ জৰুৰী প্ৰয়োজনীয়তা থকা লোকসকলক সহায় কৰাৰ বাবে ই আগবাঢ়ি আহিছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd