• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ অজনজাতীয় লোকৰ ভোটাধিকাৰ কৰ্তন, ভূমি আইন সংশোধনৰ দাবীত ডিফুত ধৰ্ণা

নংনী তেৰাং by নংনী তেৰাং
April 24, 2018 9:16 am
Karbi_Anglong
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙত বসবাস কৰা অবৈধ অজনজাতীয় লোকৰ নাম জিলাখনৰ ভোটাৰ তালিকাৰ পৰা বাদ দিয়া আৰু ভূমি আইন সংশোধনৰ জৰিয়তে জনজাতীয় লোকসকলৰ মাটি সুৰক্ষিত কৰাৰ দাবীত জিলাখনৰ ২৪ টা জনজাতীয় আৰু সামাজিক সংগঠনে ২৩ এপ্ৰিলত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে সৰু চহৰখনত সমদল বাহিৰ কৰে। সংগঠনকেইটাৰ নেতৃত্বত ডিফুৰ ছেমছনছিং ইংতি উদ্যানৰ সন্মুখত কেইবা হাজাৰ লোক সমবেত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

পুৱা ১০ বজাৰ পৰা এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু প্ৰতিবাদী সমদলটোৰ সময়ত সমগ্ৰ ডিফু চহৰ বন্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে সমদল কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়লৈ যায় আৰু পৰিষদক দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

Apply Now

স্মাৰকপত্ৰখন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৈ গ্ৰহণ কৰে কাৰ্যবাহী সদস্য ৰূপচিং তেৰনে। প্ৰতিবাদী সংগঠনকেইটাই ১৫ দিনৰ ভিতৰত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতিৰ নাম কৰ্তন আৰু ষষ্ঠ অনুসূচীৰ নিয়ম অনুসৰি ভূমিৰ অধিকাৰ অঞ্চলটোৰ জনজাতিৰ হাতত প্ৰদান নকৰিলে তীব্ৰ আন্দোলন কৰিব বুলি ভাবুকি দিয়ে।

এই প্ৰতিবাদী সংগঠনকেইটাৰ নেতৃত্ব দিয়ে প্ৰাক্তন আই এ এছ বিষয়া জন ইংতি কাথাৰে। কাথাৰে কয়, “বৰ্তমান কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ দখল কৰি থকা শাসকীয় লোকসকলে সংবিধানৰ একো আওভাও নাজানে। সংবিধানৰ ষষ্ঠ অনুসূচী সম্পূৰ্ণকৈ পাহাৰীয়া জনজাতিৰ বাবে সংৰক্ষিত। অজনজাতীয় ভোটাৰৰ নাম তালিকাৰ পৰা বাদ নিদিয়া পৰ্য্যন্ত টাউন কমিটিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব।”

উল্লেখযোগ্য যে যোৱা বছৰৰ ২১ এপ্ৰিলত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ আগে আগে ২৪ টা জনজাতীয় সংগঠনে অনুৰূপ দাবীৰে উলংগ হৈ প্ৰতিবাদ কৰিছিল।

নংনী তেৰাং

নংনী তেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd