• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী বতৰ বিজ্ঞানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 7:01 am
dhumuha-570x320

শুকুৰবাৰে নাজিৰাত হোৱা ধুমুহাৰ পিছৰ দৃশ্য।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতো প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। ধূলি-ধুমুহা-বৰষুণে ৰাজস্থান আৰু উত্তৰ প্ৰদেশত বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনকো সতৰ্ক কৰি দিছে।

আগন্তক তিনিদিনত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ লগতে প্ৰবল ধুমুহা বতাহৰো আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

Apply Now

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে পশ্চিমবংগৰ গংগাৰ উপকণ্ঠ অঞ্চল আৰু বাংলাদেশৰ ওপৰত থকা ঘূৰ্ণী বতাহ বৰ্তমান পশ্চিমবংগ আৰু ছিকিমৰ হিমালয়ৰ অঞ্চলসমূহৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ২.১ কিলোমিটাৰ আৰু ৩.১ কিলোমিটাৰ উচ্চতাৰ ভিতৰত অৱস্থান কৰিছে।

আজি অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত প্ৰবল বৰষুণ হোৱাৰ আশংকা আছে। দেওবাৰে বৰষুণৰ প্ৰাবল্য অধিক বৃদ্ধি পাব। অসম আৰু মেঘালয়ৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান বিভাগে ৭ মে’ত অসম, মেঘালয়ৰ লগতে ত্ৰিপুৰাত প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব বুলি জানিব দিছে। বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি অহা ১১ মে’লৈকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব।

আনহাতে, অসমত ইতিমধ্যে কোনো কোনো অঞ্চলত বৰষুণ আৰম্ভ হৈছে। শুকুৰবাৰে দিনৰ ভাগত অহা এজাক বিধ্বংসী ধুমুহাই নাজিৰা আৰু ডিফু চহৰত ব্যাপক ক্ষতি সাধন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd