• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বিৰোধী সুৰক্ষা সংস্থা সমূহ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2018 2:13 pm
548472-assam-attack
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই অসমতে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফছ্পা) প্ৰত্যাহাৰৰ সপক্ষে মত প্ৰকাশ কৰাৰ বিপৰীতে ৰাজ্যখনত থকা সুৰক্ষা সংস্থাসমূহে অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱালৈকে আইনখন বলবৎ থকাটো বিচাৰিছে। ৰাষ্ট্ৰীয় বাতৰিকাকত ইক’নমিকছ টাইমছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

অলপতে মেঘালয়ৰ পৰা আফছ্পা প্ৰত্যাহাৰ কৰা হৈছে। অসমতো বিভিন্ন মহলে বৰ্তমান ৰাজ্যখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পোৱালৈ চাই আইনখন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে। কাকতখনে প্ৰকাশ কৰা অনুসৰি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই কয়, ‘’এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত আফছ্পা চলি থকাৰ কোনো যুক্তিযুক্ততা আমি দেখা নাই। ৩০ জুনৰ পিছত চৰকাৰে অন্তত: আৰক্ষী জিলা কেইখনৰ পৰা আইনখন প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰিব পাৰে। সন্ত্ৰাসবাদ অসমৰ পৰা দ্ৰুত গতিত হ্ৰাস পাইছে।

Apply Now

তেওঁ লগতে কয় যে নামনি অসম প্ৰায় উগ্ৰপন্থী মুক্ত হৈছে। ‘’ বি বিদাইৰ নেতৃত্বত এটা সৰু গোট ভূটানত আত্মগোপন কৰি আছে। মধ্য অসমৰ কাৰ্বি আংলঙ অঞ্চলত কিছু বিদ্ৰোহী  গোট সক্ৰিয় হৈ আছে। উজনি অসমত, বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৰে লাগি থকা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত আলোচনা বিৰোধী আলফা উগ্ৰপন্থীৰ শক্তিশালী স্থিতি থাকিব পাৰে।‘’

কাকতখনৰ আগত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ ভট্টাচাৰ্যই প্ৰকাশ কৰিছে যে ‘’ আমি এন আৰ চিৰ প্ৰকাশ হোৱালৈকে আফছ্পা বলবৎ হৈ থকাটো বিচাৰিছো। এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিছত আমি এইটো পুনৰীক্ষণ কৰিম। অলপতে মেঘালয়ত ইয়াক প্ৰত্যাহাৰ কৰা হৈছে আৰু তাৰ পিছত তাত এতিয়ালৈকে কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

June 22, 2026 8:29 pm
মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

June 22, 2026 8:11 pm
হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

June 22, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

June 22, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd