• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া লিপিক স্বকীয়তা দিবলৈ ইউনিক’ডেৰে কৰা চুক্তি বাতিলৰ দাবী আলফা (স্বাধীন)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2018 12:32 pm
ATTACHMENT
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে লণ্ডনত অনুষ্ঠিত ইউনিক’ডৰ এখন বৈঠকত অসমীয়া ভাষাই স্বতন্ত্র ভাষাৰ স্বীকৃতি লাভ নকৰাৰ পাছত বাংলা ভাষাৰ সৈতে সংলগ্ন হৈ থকাৰ সিদ্ধান্ত গ্রহণ কৰা বাবে অসম সাহিত্য সভাৰ নেতৃবর্গক এই চুক্তি বাতিল কৰিবলৈ সকীয়নি দিছে আলফাই (স্বাধীন)৷

আলফাই (স্বাধীন) প্রতিনিধি দলটোক ইউনিক’ডৰ সৈতে কৰা চুক্তি অতি শীঘ্রে বাতিল কৰি পুনৰ আলোচনা কৰাৰ পদক্ষেপ লোৱাৰ বাবে দাবী উত্থাপন কৰে৷ আনহাতে ইউনিক’ডৰ সৈতে পুনৰ কৰিবলগীয়া আলোচনাৰ বাবে যোগ্য ব্যক্তিক লৈ নতুনকৈ সমিতি গঠন কৰিবলৈ আহবান জনাই অসমীয়া ভাষাক লৈ দীর্ঘদিন কাম কৰি থকা দুজন ব্যক্তিক কর্ণধাৰত ল’বৰ বাবেও আলফাই আহ্বান জনাইছে।

Apply Now

শনিবাৰে এক বিবৃতিযোগে সংগঠনটোৱে ড০ শিখৰ শর্মাৰ নেতৃত্বত যোৱা প্রতিনিধি দলটোৱে অসমীয়া লিপিক বাঙালী লিপিৰ উপলিপি হিচাপে ইউনিক’ডে দিয়া স্বীকৃতি মানি লোৱা কার্যত আশ্চর্য প্রকাশ কৰি কয়— ‘অসমীয়া ভাষাৰ পৰাহে বাঙালী ভাষাৰ উৎপত্তি হৈছিল বুলি প্রফুল্ল চন্দ্র ৰায়ৰ দৰে ব্যক্তিয়ে পূর্বেই লিখি থৈ গৈছিল৷ ড০ সত্যকাম ফুকনে আৰাকানত উদ্ধাৰ কৰা অতি প্রাচীন শিলালিপিৰ দৰে লিপি বাংলাদেশৰ বৰেন্দ্র পুৰাতত্ত্ব সংগ্রহালয়তো আছে৷ ওড়িষাৰ ভাষাতত্ত্ববিদ দেৱীপ্রসন্ন পাটনায়কে ডিব্রুগড় সাহিত্য সভাৰ ভাষণত অসমীয়া ভাষা যে বাঙালী ভাষাতকৈ পুৰণি সেয়া বৈজ্ঞানিক বিশ্লেষণেৰে ভাষা বিজ্ঞানৰ শৈলীৰে দেখুৱাই থৈছে বুলিও আলফাই (স্বাধীনে) প্রকাশ কৰে৷

আনহাতে লণ্ডনৰ ব্রিটিছ সংগ্রহালয়তো অসমীয়া ভাষাৰ প্রাচীনত্বৰ প্রমাণ আছে বুলি দাবী কৰে আলফাই৷ প্রতিনিধি দলটোৱে সেই সংগ্রহালয়ত প্রমাণৰ সন্ধান কৰিছিলনে বুলিও সংগঠনটোৱে প্রশ্ন উত্থাপন কৰে৷

ইউনিক’ডৰ সৈতে প্রতিনিধি দলটোৱে কৰা চুক্তি শীঘ্রে বাতিল কৰি পুনৰ নতুন সমিতি গঠন কৰি আলোচনাৰ ব্যৱস্থা কৰিবলৈ কয় আৰু আলফাই নতুন সমিতিত ড০ সত্যকাম ফুকনক কর্ণধাৰ আসনত বহুৱাবলৈ আহবান জনায়৷

তদুপৰি আমেৰিকাত অসমীয়া ভাষাক ডিজিটেল কৰাৰ ক্ষেত্রত কাম কৰি থকা ৰবীন ডেকাকো সমিতিত সামৰি ল’বলৈ আলফাই আহবান জনায়৷ আলফাই (স্বাধীন) জনোৱা আহ্বানৰ প্ৰতি জাতীয় সংগঠনসমূহে কেনে সঁহাৰি দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd