• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ছাত্ৰ-ছাত্ৰীলৈ ইউৰোপীয় জলপানি লাভৰ সুযোগ; ৩ বছৰত ১৩০০ গৰাকী ভাৰতীয়ৰ বৃত্তি লাভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2018 8:15 pm
tomasz kozlowski of eu in guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ছাত্ৰ-ছাত্ৰী, গৱেষকসকলক তেওঁলোকৰ প্ৰতিভা তথা দক্ষতা বিকাশৰ বাবে ইউৰোপীয় সংঘ ( European Union )ই জলপানি আগবঢ়াই আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলকো এই জলপানিৰ সুবিধা ল’বৰ বাবে আজি ১০ এপ্ৰিলত গুৱাহাটীত এক সংবাদ মেলত আহ্বান জনাইছে ইউৰোপীয় সংঘৰ দূত তমাছ কজলস্কিয়ে।

‘কেইবছৰমান আগৰেপৰা ইউৰোপীয় সংঘৰ তৰফৰ পৰা আগবঢ়োৱা ইৰাচমাছ প্লাছ জলপানিৰ অধীনত ৫৩০০ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে জলপানি লাভ কৰিছে। ইয়াৰে ১৮০০ গৰাকীয়ে মেৰি ক্যুৰি জলপানি লাভ কৰিছে। বিগত তিনিবছৰত ১২০ খন ভাৰতীয় বিশ্ববিদ্যালয়ৰ ১৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জলপানি পাইছে’ বুলি জনাই অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অহা দূতজনে।

Apply Now

তেওঁ কালি গুৱাহাটীত উপস্থিত হৈ প্ৰথমে ডনবস্ক’ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত আজি আই আই টি গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ডনবস্ক’ বিশ্ববিদ্যালয়ত তেওঁ স্থানীয় লোকসকলৰ সৈতে ভাব বিনিময় কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ অধীনত প্ৰশিক্ষণ লৈ থকা গাঁৱলীয়া এলেকাৰ মহিলাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

বিশ্ববিদ্যালয়খনৰ ‘এক্সিলেন্স ইন নেন’ টে’কনলজি’ আঁচনিৰ অধীনত আৰম্ভ কৰা গাঁৱলীয়া অঞ্চলৰ পানী নিষ্কাষণ পৰিচালনাৰ কাম গাঁৱৰ লোকসকলৰ হাতত অৰ্পন কৰা বুলিও সংবাদমেলত সদৰী কৰে।

কজলস্কিয়ে কয় যে ‘ভাৰত-ইউৰোপীয় সংঘ পৰিস্কাৰ শক্তি আৰু পৰিৱেশ সহযোগিতা চুক্তিৰ অধীনত ভাৰতৰ সৌৰশক্তি নিগমৰ সহযোগিতাত অসমৰ আমগুৰিত এখন সৌৰশক্তিচালিত বাগিচা (Solar Park) নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।’

ইউৰোপীয় সংঘ আৰু ভাৰতৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গৈ দূতজনে কয় যে ‘ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত যুটীয়া কৰ্ম আঁচনিৰ জৰিয়তে ২০০৫ চনতে এক সম্পৰ্ক গঢ়লৈ উঠিছিল আৰু এই কাৰ্য্যসূচী ২০২০ চনলৈকে লৈ যোৱাৰ বাবে ২০০৮ চনতে সিদ্ধান্ত লোৱা হৈছিল।’

ইউৰোপীয় সংঘ ভাৰতৰ বৃহৎ বাণিজ্য সহযোগী বুলিও তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd