• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অসম-অৰুণাচল সীমান্তৰ বৰডুমচাত অৰুণাচল আৰক্ষীৰ জিম্মাত অসমীয়া যুৱকৰ মৃত্যুক লৈ উত্তেজনা

এন ই নাওৰ আছুতীয়া প্ৰতিবেদন, লক্ষ্মণ শৰ্মা : by এন ই নাওৰ আছুতীয়া প্ৰতিবেদন, লক্ষ্মণ শৰ্মা :
November 25, 2017 10:10 am
প্ৰতিবাদীকাৰীয়ে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদীকাৰীয়ে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ চাংলাং জিলাৰ ডিয়ুন আৰক্ষী থানাত এজন অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু হোৱাক লৈ অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চল বৰডুমচাত উত্তেজনাৰ সৃষ্টি হৈছে। মৃত্যু হোৱা যুৱকজনৰ নাম তিনিচুকীয়া জিলাৰ বৰডুমচা গাঁৱৰ দিগন্ত শইকীয়া বুলি জানিব পৰা গৈছে। যুৱকজনক ডিয়ুনত হোৱা মটৰচাইকেল চুৰিৰ এটা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ ডিয়ুন থানাৰ আৰক্ষীৰ জিম্মাত আছিল। ঘটনাটোৰ প্ৰতিবাদত আছু, গোৰ্খা, সোণোৱাল কছাৰী, আদিবাসী, আৰু দেউৰী সংগঠন ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদকাৰীসকলে অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে। অসম-অৰুণাচল সীমান্ত চকীৰ ওচৰত তেওঁলোকে টায়াৰ আদি জ্বলাই নিজৰ ক্ষোভ উজাৰে। তেওঁলোকে ডিয়ুন আৰক্ষী থানাৰ কৰ্তৃপক্ষৰ অমানৱীয় আচৰণক তীব্ৰ গৰিহণা দিয়াৰ লগতে আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ ঘটনাটোৰ ন্যায়িক পৰ্য্যায়ৰ তদন্ত দাবী কৰে। ডিয়ুন আৰক্ষীয়ে যুৱকজনে আত্মহত্যা কৰা বুলি যি প্ৰচাৰ চলাইছে, তাক একাষাৰে নাকচ কৰি প্ৰতিবাদকাৰীসকলে কয় যে যিজন ল’ৰাই অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সেইজন ল’ৰাই কেতিয়াও থানাৰ ভিতৰত আত্মহত্যা কৰিব নোৱাৰে। উল্লেখযোগ্য যে অভিযুক্ত দিগন্ত শইকীয়াই অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত অসম আৰক্ষীয়ে তেওঁক অৰুণাচল প্ৰদেশ আৰক্ষীৰ হাতত গতাই দিছিল। ঘটনাটোৰ প্ৰতিবাদ ক্ৰমে তীব্ৰতৰ হোৱাৰ ফলত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰাৰ লগতে যাতায়াত ব্যৱস্থাতো প্ৰভাৱ পৰিছে বুলি জানিব পৰা গৈছে। পৰিস্থিতি সম্পৰ্কত অসম আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পৰা বুলি আৰু লগতে অসমৰ প্ৰশাসনে অৰুণাচল পুলিচক মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা অসমত কৰিবলৈ কোৱা বুলি জানিব পৰা গৈছে।

https://youtu.be/4JtKOobdks8

Apply Now

শেহতীয়াকৈ ঘটনাস্থলীত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতকৰ নিকটতম আত্মীয়লৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

এন ই নাওৰ আছুতীয়া প্ৰতিবেদন, লক্ষ্মণ শৰ্মা :

এন ই নাওৰ আছুতীয়া প্ৰতিবেদন, লক্ষ্মণ শৰ্মা :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd