• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আছুক সবল ভূমিকা লোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 10, 2018 3:06 pm
prafulla_kumar_mahanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত তিনিটা এজেঞ্চী জড়িত হৈ আছে। সেইকেইটা হ’ল কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা। আছু যিহেতু সংগ্ৰামী সত্তা সেয়েহে তেওঁলোকে এইক্ষেত্ৰত সবল ভূমিকা লওক’।

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেঞ্চীত এক সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী  প্ৰফুল্ল কুমাৰ মহন্তই। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক শক্তিশালী স্থিতি গ্ৰহণ কৰাৰো আহ্বান জনায়।

Apply Now

সংবাদমেলত মহন্তই যোৱা ৭ মে’ত অসম আন্দোলনকাৰী কেইবাগৰাকীও সতীৰ্থসহ যুটীয়া সংসদীয় সমিতিক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দিয়া স্মাৰক-পত্ৰ আৰু মতামতৰ কথাও উল্লেখ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে নাগৰিকত্ব আইন সংশোধনীৰ তীব্ৰ বিৰোধিতা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত এই বিধেয়কখন অনা হৈছিল যদিও তেতিয়াৰ অসম গণ পৰিষদৰ সাংসদ কুমাৰ দীপক দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদনত কৰা সবল প্ৰতিবাদৰ বাবে এই প্ৰক্ৰিয়া বন্ধ হৈছিল। কিন্তু এতিয়া বিজেপি চৰকাৰে এই বিধেয়খন পুনৰ উত্থাপন কৰিব বিচাৰিছে।

ইয়াৰ উপৰি তেওঁ নাগৰিকত্ব কেতিয়াও ধৰ্ম বা ভাষাৰ ভিত্তিত হ’ব নোৱাৰিব বুলিও মত প্ৰকাশ কৰি কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ। ভাৰতৰ সংবিধান উলংঘা হ’ব পৰা এই বিধেয়কক তেওঁ কেতিয়াও সমৰ্থন নকৰে। তেওঁ লগতে কয় ‘অসম এখন সৰু ৰাজ্য, গতিকে অসমে বিদেশীৰ অতিৰিক্ত বোজা বহন কৰিব নোৱাৰে। ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনীৰ যি ব্যৱস্থা কৰিব বিচাৰিছে ই নিন্দনীয়’।

উল্লেখযোগ্য যে এই সংবাদমেলতেই প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয় কেবিনেটে লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বধীন চৰকাৰকখনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অৰুণাচল বা নাগালেণ্ডৰ অসুবিধা নহ’ব পাৰে, কাৰণ তেওঁলোকৰ ‘ইনাৰ লাইন পাৰ্মিট’ৰ ব্যৱস্থা আছে। কিন্তু অসম বা মেঘালয়ত ইয়ে সমস্যাৰ সৃষ্টি কৰিব।

সংবাদমেলত মহন্তই লগতে ক্ষোভ প্ৰকাশ কৰি কয় যে ‘একাংশ লোকে তথা সংবাদমাধ্যমে মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ গইনা লৈ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলাই থকা বুলি কৈছে। কিন্তু সেয়া সম্পূৰ্ণ ভিত্তিহীন। অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী হিচাপে চুক্তিখন উলংঘা হ’ব পৰা যিকোনো কথাৰ মই বিৰোধিতা কৰি যাম’।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd