• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম টেবুল টেনিছ সন্থাৰ নতুন সমিতি: সভাপতি মৃগাংক বৰ্মন, সম্পাদক ত্ৰিদিব দুৱৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 10:39 am
mriganka barman
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটকটীয়া নিৰাপত্তাৰক্ষী বেষ্টনীৰ মাজেৰে দেওবাৰে গুৱাহাটী ছয়মাইলৰ হোটেল  লিলিত অনুষ্ঠিত  অসম টেবুল টেনিছ সন্থাৰ সাধাৰণ সভাত নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

উক্ত সভাত বিনা প্ৰতিদ্বণ্ডিতাৰে নতুন সভাপতি ৰূপে নিৰ্বাচিত হয় মৃগাংক বৰ্মন। আৰু সম্পাদক হিচাপে পুনৰবাৰ নিৰ্বাচিত হ’ল  বিগত ৯ বছৰ ধৰি কাৰ্যকাল চলাই  অহা ত্ৰিদিব দুৱৰা। মন কৰিবলগীয়া যে সম্পাদকৰ পদতো কোনো এজন প্ৰতিদ্বন্দ্বী নোলাল।

Apply Now

একেদৰে পুনৰবাৰ নয়নজ্যোতি  শৰ্মাক কোষাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হয়। সন্থাৰ পূৰ্বৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে তেওঁক মুখ্য উপদেষ্টা ৰূপে ৰখা হয়।

ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনকো উপদেষ্টা ৰূপে ৰখা হৈছে। নতুন সমিতিৰ উপ-সভাপতি ৰূপে মনালিছা বৰুৱা মেহতা, নন্দিনী বৰুৱা শৰ্মা, অৰুণজ্যোতি বৰুৱা, মুনীন নবিছ, ৰাজ কাকতি, বাবুল হোৰ, লীলাকান্ত গগৈ, জামছেদ আহমেদ খান, ৰাজীৱ শৰ্মা আৰু ঈশ্বৰ বৰঠাকুৰক ৰখা হৈছে।

অসম টেবুল টেনিছ সন্থাৰ বিদায়ী তথা নতুন বিষয়ববীয়াসকল

আনহাতে কাৰ্ফিউ ৰয়, গৌতম হাজৰিকা, বিপ্লৱ গোস্বামী, শুভ্ৰজিৎ সিন্‌হা আৰু যতীন বৰাক সন্থাৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়। সহকাৰী সম্পাদক ৰূপে কুকিল দত্ত, দিলীপ সিন্‌হা, দেৱজ্যোতি শ্ৰুতিকৰ আৰু বিমান ভাগৱতীক ৰখা হৈছে ।

সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰূপে আছে মানসপ্ৰতিম দাস,সোণোশ্বৰ ডেকা, ঘৃতাচি হাজৰিকা দাস, জুপি বৰঠাকুৰ, পাপৰি হাজৰিকা, প্ৰাণজ্যোতি শইকীয়া, প্ৰবীৰ কুমাৰ দাস, সঞ্জীৱ সন্দিকৈ, ৰবীন চাহু, উৎপল বৰ্মন, নৱ দত্ত আৰু ৰত্নদ্বীপ চক্ৰৱৰ্তী।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে নিৰাপত্তাৰক্ষীৰ উপস্থিতিত অসম টেবুল টেনিছ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হোৱাক কেন্দ্ৰ কৰি ইতিমধ্যে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ৰাজ্যিক সন্থাৰ কেইবাখনো স্বীকৃতিপ্ৰাপ্ত জিলাৰ প্ৰতিনিধিক এই বাৰ্ষিক সভাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰখাৰ বাবে উক্ত জিলাৰ প্ৰতিনিধিসকলে ক্ষোভ প্ৰকাশ কৰিছে।

তেওঁলোকৰ মতে ৰাজ্যিক সন্থাৰ পত্ৰ পলমকৈ পোৱাৰ বাবে তেওঁলোকে নিৰ্দিষ্ট সময়ত প্ৰতিনিধিৰ নাম জমা দিব পৰা নাছিল। মূলতঃ ৰাজ্যিক সন্থাৰ কেইগৰাকীমান সদস্যৰ কাম-কাজক লৈ আপত্তি দৰ্শাই অহাৰ বাবেই জিলা প্ৰতিনিধি সকলক বাৰ্ষিক সাধাৰণ সভাৰ পৰা আঁতৰাই ৰখাস বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

এই সম্পৰ্কত বঞ্চিত জিলা প্ৰতিনিধিসকলে দেওবাৰৰ দিনটো অসম টেবুল টেনিছ সন্থাৰ বাবে এটা ক’লা দিন বুলি মন্তব্য প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd