• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসামৰিক সেৱাৰ প্ৰশিক্ষণ শ্ৰেণীৰ আসন বৃদ্ধি কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 10:10 am
Gauhati-University-Assam-570x320

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ে চলিত মাহৰ শেহৰ পিনে আৰম্ভ হ’বলগীয়া দ্বিতীয়টো বৃত্তিমূলক বৰ্ষৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ শ্ৰেণীসমূহত আসনৰ সংখ্যা বৃদ্ধি কৰিব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ উপ সঞ্চালক সঞ্জয় কুমাৰ দত্তই কয় যে কেন্দ্ৰটোৱে এইবাৰ অসমাৰিক সেৱাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে আসনৰ সংখ্যা ৫০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

‘’যোৱা বছৰ মুঠ আসনৰ সংখ্যা আছিল প্ৰায় ১৮। এইবাৰ প্ৰায় ২৫ খন আসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মীয়া স্নাতকোত্তৰ আৰু ইয়াৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত কৰা হ’ব। প্ৰশিক্ষণৰ শ্ৰেণীবোৰ অহা ৩০ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ’ব,’’-দত্তই কয়।

যোৱা ১৮ এপ্ৰিলত জাৰি কৰা এখন জাননীত কোৱা হৈছে যে নামভৰ্তিৰ ক্ষেত্ৰত আগতীয়াকৈ অহাসকলক অগ্ৰাধিকাৰ ভিত্তিত সুবিধা দিয়া হ’ব।

প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫,০০০ টকা আৰু বাহিৰৰ প্ৰাৰ্থীৰ বাবে ৭,০০০ টকা মাচুল ধাৰ্য কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৫এপ্ৰিলৰ ভিতৰত আৱেদন কৰিব পাৰে।

‘’গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই এ এছ কোচিং চেন্টাৰক ১৯৮৬ চনত প্ৰাক্-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে নতুনকৈ নামকৰণ কৰা হয়। আশী আৰু নব্বৈৰ দশকত  উৎসাহজনক ফলাফল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা সত্ত্বেও কেন্দ্ৰটোৱে বহুদিন ধৰি নিষ্ক্ৰিয় হৈ আছিল। মাথোঁ যোৱা বছৰৰ পৰাহে আমি অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে বৃত্তিধাৰী প্ৰশিক্ষক আমন্ত্ৰণ কৰা আৰম্ভ কৰিছিলো।‘’

যোৱা বছৰৰ প্ৰশিক্ষাৰ্থীৰ দলটোৰ এগৰাকী প্ৰাৰ্থী কৃষ্ণ দাসে ইউ পি এছ চিৰ মেইন পৰীক্ষা উত্তীৰ্ণ হৈছে আৰু পাৰ্ছনেলিটি টেষ্টৰ ফলাফললৈ অপেক্ষা কৰিছে। তেওঁ বৰ্তমান বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ।

২০১৭ বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেন্দ্ৰটোৱে আই আই টি ষ্টাৰ্ট আপৰ এনাৰ্জি চল্যুশ্যনক আমন্ত্ৰণ কৰি আনিছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd