• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 ‘অ’ টেঙা’ই অমিতাৰ খাৰ আৰু আলু পিতিকাক সহজলভ্য কৰিলে মুম্বাইত 

আছিফ ইব্ৰাহীম by আছিফ ইব্ৰাহীম
March 15, 2018 2:58 pm
O-Tenga, alu pitika amita khar assamese recipe
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে অসমৰ খাদ্যই অসমৰ বাহিৰতো সমাদৰ পাবলৈ ধৰাৰ সময়তে  মুম্বাইৰ আন্ধেৰীৰ লখান্দৱালাত থকা ৰেষ্টোৰাঁ-  অ’ টেঙা’ই অসমীয়া খাদ্য সম্ভাৰক বাহিৰৰ পৃথিৱীত চিনাকি কৰাই দিব ধৰিছে  বাণিজ্যিকভাৱে সফলতাৰে।

কেই বছৰ মান আগেয়ে অসমৰ ৰন্ধন প্ৰকৰণৰ এবিধ এৰাব নোৱাৰা উপাদান ক’লাখাৰে আমেৰিকা আৰু অন্যন্য দেশতো সমাদৰ লাভ কৰাৰ লগতে ৰপ্তানি হ’বলৈ আৰম্ভ হোৱাৰ কথা সংবাদপত্ৰত প্ৰকাশিত হোৱাৰ পিছত  এইবাৰ শেহতীয়াভাৱে ‘অ’ টেঙা’ নামৰ ৰেষ্টোৰাঁখনৰ ৰন্ধনশালৰ নিপুণ ৰান্ধনিয়ে  ৰন্ধা  অসমৰ  অতি সুস্বাদু আৰু উপাদেয় আৰু ভালেকেইপদমান খাদ্যসম্ভাৰে  ভাৰতৰ মায়া নগৰীখনৰ সৰ্বত্ৰ জনপ্ৰিয়তা লাভ কৰিবলৈ আগবাঢ়িছে ।

Apply Now

অসমৰ খাদ্যসম্ভাৰৰ যোগান ধৰা এই ৰেষ্টোৰাঁখনৰ সেৱা প্ৰথমৰ ফালে আন্ধেৰীতেই সীমাবদ্ধ থআছিল যদিও এতিয়া মুম্বাইৰ সকলো স্থানতেই বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Ou-Tenga-

ঔটেঙাৰে ৰন্ধা মাছৰ জোল, অমিতাৰ খাৰ, আলু পিতিকা, লাই শাকৰ আঞ্জা আদি এই ৰেষ্টোৰাঁখনৰ অতি জনপ্ৰিয় খাদ্যসম্ভাৰ হিচাপে পৰিগণিত হৈছে। লাই শাকেৰে ৰন্ধা পৰম্পৰাগত মাছৰ আঞ্জা আৰু সিজোৱা গাহৰিৰ মাংসৰ আদিও এই ৰেষ্টোৰঁখনত উপলব্ধ। অসমীয়াৰ প্ৰিয় ‘গুটি আলু’ অসমৰ পৰা নি মুম্বাইৰ গ্ৰাহকক পৰিৱেশনৰ ব্যৱস্থা কৰাটোৱেই এই ৰেষ্টোৰাঁখনে অসমৰ খাদ্য সম্ভাৰক কিমান গুৰুত্বসহকাৰে লৈছে তাক বুজায়।

মু্ম্বাইত থকা অসমীয়া খাদ্যৰ এই ৰেষ্টোৰাঁখনে  মহানগৰখনৰ সকলো স্থানলৈকে অতি সুস্বাদু খাদ্য সম্ভাৰ ১৫০ টকাৰ বিশেষ ৰেহাই বিতৰণ মূল্যত  ২০০০ টকাতকৈ কম টকাৰ অৰ্ডাৰতো  অসমীয়া খাদ্য সম্ভাৰৰ জুতি লোৱাৰ ব্যৱস্থা কৰি দিছে ।

অৱশ্যে আবেলি ৫-০০ৰ পূৰ্বে অৰ্ডাৰ দিলেহে এই সেৱা উপলব্ধ কৰোৱা হ’ব গ্ৰাহকক।

এই ৰেষ্টোৰাঁখনত বতৰৰ শাক পাচলি,  ঋতু আৰু বতৰৰ ধৰণ কৰণ অনুযায়ী খাদ্য তালিকা প্ৰস্তুত কৰা হয়।

ভোট জলকীয়াৰে গাহৰি মাংস ৰান্ধি ৰান্ধি গ্ৰাহকক সাদৰেৰে অপ্যায়ন কৰা এই ৰেষ্টোৰাঁখন মুম্বাইত বাস কৰা অসমীয়া আৰু অসমীয়া খাদ্যৰ জুতি বিচৰা আন ৰাজ্য তথা বিদেশীসকলৰ মাজতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

আছিফ ইব্ৰাহীম

আছিফ ইব্ৰাহীম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd