• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আইজল এফ চিত চুক্তিবদ্ধ হ’ল নাইজেৰিয়ান ষ্ট্ৰাইকাৰ চিডি এডেহ

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
June 8, 2018 1:09 pm
CHIDI-EDEH-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক হিৰ’ আই লীগ তথা ঘৰুৱা প্ৰতিযোগিতাৰ বাবে ককালত টঙালী বান্ধিছে দেশৰ আগশাৰীৰ ফুটবল ক্লাব মিজোৰামৰ আইজল এফ চি । আগন্তুক বৰ্ষৰ বাবে দলটোৱে প্ৰশিক্ষক হিচাপে নতুনকৈ চুক্তিবদ্ধ কৰিছে গিফট ৰাইখানক। ৰাইখানক নিযুক্তি দিয়াৰ এদিন পাছতে দলটোৱে বৃহস্পতিবাৰে নাইজেৰিয়ান অভিজ্ঞ ষ্ট্ৰাইকাৰ চিডি এডেহ কো চুক্তিবদ্ধ কৰি একপ্ৰকাৰ চমক দিছে ক্লাবৰ সমৰ্থকক।

‘আগন্তুক ২০১৮-১৯ বৰ্ষৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে গিফট ৰাইখানক নিযুক্তি দি আমি যথেষ্ট আনন্দিত হৈছো’। এইদৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ক্লাবৰ বিষয়ববীয়াই উল্লেখ কৰে।

Apply Now

আনহাতে আইজল এফ চিত চুক্তিবদ্ধ হোৱা নাইজেৰিয়ান ষ্ট্ৰাইকাৰ চিডি এডেহে ইয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন আগশাৰীৰ ক্লাবৰ হৈ খেলি মুঠ ১০৪ টা গ’ল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে খেলুৱৈগৰাকীয়ে ভাৰত এৰি মালেয়েছিয়ান ক্লাবত যোগদান কৰে। পাছত তেওঁ মালেয়েছিয়া এৰি নিজ দেশৰ ক্লাবৰ হৈ খেলিবলৈ লয়।

‘ চিডি এডেহ এজন আক্ৰামক তথা অভিজ্ঞ ষ্ট্ৰাইকাৰ। তেওঁৰ উপস্থিতিয়ে আমাৰ ক্লাবটোক যথেষ্ট উৎসাহিত কৰিব। তেওঁৰ উপস্থিতিত দলৰ অন্য খেলুৱৈসকলেও অধিক উৎসাহেৰে আগন্তুক বৰ্ষত উন্নতমানৰ প্ৰদৰ্শন কৰিব বুলি আশা কৰো’। আইজল এফ চিৰ স্বত্তাধিকাৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়টেই এইদৰে নিজৰ ভাব প্ৰকাশ কৰে।

উল্লেখ্য যে ভাৰতীয় ফুটবল জগতৰ আটাইতকৈ সফল প্ৰশিক্ষকগৰাকীয়ে হৈছে গিফট ৰাইখান। ২০০৭ ত পুনে এফ চিত প্ৰশিক্ষকৰ কেৰিয়াৰ আৰম্ভ কৰা ৰাইখানে ২০১৭ চনত নেৰোকা এফ চিৰ হৈ আইলীগ দ্বিতীয় ডিভিজনৰ খিতাপ দখল কৰাৰ লগতে তেওঁৰ নেতৃত্বতে আইলীগ খেলাৰ সপোন পূৰ্ণ কৰে নেৰোকা এফ চিৰ।

ইফালে সদ্য সমাপ্ত ২০১৭-১৮ বৰ্ষৰ আই লীগত তেওঁৰ সবল নেতৃত্বতে নেৰোকা এফ চিয়ে উন্নতমানৰ প্ৰদৰ্শন আগবঢ়ায়। অলপৰ বাবে আই লীগৰ খিতাপ দখল কৰাৰ পৰা বঞ্চিত হোৱা নেৰোকা এফ চিয়ে পইণ্ট তালিকাৰ দ্বিতীয়স্থান দখল কৰি ৰানাৰ্ছ আপ হিচাপে লীগৰ অভিযান সামৰিছিল।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd