• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই পি এলৰ এখনো খেল নহয় নৱনিৰ্মিত ২৬০ কোটি টকীয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 6:30 pm
IPL-Logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিভ’ কোম্পানিয়ে বাণিজ্যিক পৃষ্ঠপোষকতা আগ বঢ়োৱা একাদশ সংস্কৰণৰ আই পি এল, ২০১৮ৰ এখনো খেল গুৱাহাটী অনুষ্ঠিত নহয়।

বি চি চি আইৰ দ্বাৰা ঘোষিত ইয়াৰ খেলবোৰৰ সূচীৰ পৰা এই কথা গম পোৱা গৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ ক্ৰিকেট প্ৰেমীয়ে এইবাৰ অন্ততঃ এখন হ’লেও খেল গুৱাহাটীত অনুষ্ঠিত কৰাৰ আশা কৰি আছিল যদিও সেয়া মূৰকত দেখা নগ’ল।

Apply Now

আনহাতে ইয়াৰ পূৰ্বে ২৬০ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ বৰ্ষাপাৰাত নতুনকৈ নিৰ্মিত ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰিবলৈ অহা বি চি চি আইৰ সচিব অমিতাভ চৌধুৰীয়ে যোৱা বছৰৰ এপ্ৰিলত সাংবাদিকৰ আগত কৈছিল যে ষ্টেডিয়ামখন অত্যাধুনিক আৰু ইয়াত সকলো পৰ্য্যায়ৰ খেল অনুষ্ঠিত কৰিব পৰা হৈছে। চৌধুৰীৰ সৈতে অহা ক্ৰিকেট সংস্থাটোৰ মহা প্ৰবন্ধক এম ভি শ্ৰীধৰেও ষ্টেডিয়ামখনৰ আন্তঃগাথনিৰ মান সন্দৰ্ভত সন্তুষ্টি ব্যক্তি কৰিছিল।

তাৰ পিছতো কিয় গুৱাহাটীক আই পি এলৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ দিয়া নহ’ল সেই সম্পৰ্কত কোনো পক্ষই স্পষ্টীকৰণ দিয়া নাই। কিছুমান অনিৰ্ভৰযোগ্য সূত্ৰই নিৰাপত্তাজনিত কাৰণতে গুৱাহাটীক অন্তুৰ্ভুক্ত কৰা নহ’ল বুলি দাবী কৰিছে যদিও এনে মত অসম ক্ৰিকেট বা ভাৰতীয় ক্ৰিকেট সংস্থাৰ পৰা অহা নাই।

মন কৰিব লগীয়া যে অসম ক্ৰিকেট সংস্থাৰ উপ সভাপতি দেৱজিত শইকীয়াৰ এটা সূত্ৰই জনাইছে যে এইটো অসম ক্ৰিকেট সংস্থাৰ কথা নহয়, বি চি চি আই তথা আয়োজকৰ সিদ্ধান্ত। তেওঁ জনোৱা মতে ৰাজস্থান ৰয়েল দলৰ পৰা গুৱাহাটীত খেলাৰ আগ্ৰহ দেখা গৈছিল আৰু তেওঁলোকৰ ফালৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ এটা পৰিদৰ্শনো কৰা হৈছিল। তেওঁ কোৱা মতে কিছুমান আইন-শৃংখলাজনিত কাৰণত এইটো কৰিব পৰা নগ’ল।

উল্লেখযোগ্য যে চুটি সংস্কৰণৰ ক্ৰিকেট খেলবিধ ভাৰতৰ নৱ প্ৰজন্মৰ মাজত অতিকৈ প্ৰিয়। লগতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হ’ল বিশ্বৰে ভিতৰতে জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা। গুৱাহাটীতো খেলবিধৰ অসংখ্য অনুৰাগী আছে। কিন্তু যোৱা দহটা সংস্কৰণৰ এখনো খেল গুৱাহাটীত অনুষ্ঠিত হোৱা নাছিল। এইবাৰ বৰ্ষাপাৰাৰ বিশ্বমানৰ ষ্টেডিয়ামখন হোৱাৰ পিছত গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে আশা কৰি আছিল নিজৰ ঠাইত স্বচক্ষে আই পি এলৰ খেল চোৱাৰ। কিন্তু সেয়া হৈ নুঠিল।

ইয়াক লৈ ছ’চিয়েল মিডিয়াত অসমৰ ক্ৰিকেটপ্ৰেমীয়ে নিজৰ হতাশা প্ৰকাশ কৰাও দেখা গৈছে। বহুতে বি চি চি আই আৰু অসম ক্ৰিকেট সংস্থাক সমালোচনা কৰিছে।

ঘোষিত সূচীমতে ৭ এপ্ৰিলত মুম্বাইত উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ এই ১১শ সংস্কৰণৰ খেলবোৰ মুঠ ৯ টা স্থানত অনুষ্ঠিত কৰা হ’ব। মুঠ ৫১ দিন ধৰি চলিব এই প্ৰতিযোগিতাখন। আনহাতে চূড়ান্ত খেলখনো অনুষ্ঠিত হ’ব মুম্বাইৰ একেটা স্থানতে, অহা ২৭ মেত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd