• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আজি আই লীগ ফুটবল প্ৰতিযোগিতাত আইজল এফ চি বনাম গোকুলাম এফ চি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2018 8:23 am
I-League

প্ৰশিক্ষণৰ সময়ত আইজল এফ চি দলৰ একাংশ খেলুৱৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি হিৰ’ আই লীগ ফুটবল প্ৰতিযোগিতাৰ এখন হাইভল্টেজ মেচত সমুখ সমৰত নামিব যোৱাবাৰৰ চেম্পিয়ন দল আইজল এফ চি আৰু গোকুলাম এফ চি দলে। মেচখন অনুষ্ঠিত হ’ব আইজলস্থিত ৰাজীৱ গান্ধী ষ্টেডিয়ামত। ২০১৭-১৮ চিজনৰ শেষৰখন ঘৰুৱা মেচত বিজয়েৰে অভিযান সামৰাৰ লক্ষ্য লৈ অৱতীৰ্ণ হ’ব আইজল এফ চি।

বিজয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাত ব্যৰ্থ হোৱা যোৱাবাৰৰ চেম্পিয়ন আইজল এফ চিয়ে এই বৰ্ষত ১৭ খন মেচৰ পৰা ২১ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ ষষ্ঠ স্থানত সীমাবদ্ধ আছে।

Apply Now

আনহাতে গোকুলাম এফ চিয়ে লীগৰ প্ৰথম অৱস্থাত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছিল যদিও পিছলৈ শক্তিশালীভাবে লীগত প্ৰত্যাৱৰ্তন কৰে। দলটোৱে শেষৰ তিনিখন মেচত ধাৰাবাহিকভাবে বিজয়ী হৈছে।

আজিৰ মেচৰ পূৰ্বে আইজল এফ চিৰ মেনেজাৰ সন্তোষ কাশ্যপে কয় যে ঘৰুৱা দৰ্শকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ দলে আজিৰ মেচৰ পৰা তিনি পইণ্ট সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব।

‘আমি যথেষ্ট আত্মবিশ্বাসী। ঘৰুৱা দৰ্শকৰ সমৰ্থনত আমি উন্নত প্ৰদৰ্শন দাঙি ধৰি মেচখনৰ পৰা তিনি পইণ্ট অৰ্জন কৰিব পাৰিম বুলি আশাবাদী’, কাশ্যপে এইদৰে কয়।

তেওঁ আৰু কয়, ‘লীগৰ যথাযথ সময়সূচীৰ বাবে বিভিন্ন ঠাই ঘূৰি ফুৰিব লাগে সেয়ে খেলুৱৈ সকল যথেষ্ট ভাগৰি পৰিছে আৰু সেয়া প্ৰতিফলন হৈছে মেচৰ ফলাফলত। যিকোনো মুহুৰ্ততে যিকোনো দলকে পৰাস্ত কৰিব পৰা ক্ষমতা দলৰ আছে’।

ইফালে গোকুলাম এফ চিৰ প্ৰশিক্ষক বিনো জৰ্জে সংবাদ মেল সম্বোধন কৰি কয়, ‘যেতিয়া নিজৰ ঘৰৰ মাটিত খেলে, তেওঁলোকে এটা অন্য ধৰণৰ শক্তি পায়। আমি পইণ্ট সংগ্ৰহ কৰাৰ বাবে সৰ্বোচ্চ উজাৰি দিম। সম্পূৰ্ণ আত্মবিশ্বাসেৰে ভৰা মোৰ দলৰ খেলুৱৈ সকলে এতিয়া কোনো বিপক্ষৰ লগতে খেলিবলৈ ভয় নকৰে। প্ৰত্যেক খেলুৱৈয়ে যথেষ্ট কষ্ট কৰি আছে আৰু মেচত নিজৰ সম্পূৰ্ণ উজাৰি দিব’।

লক্ষ্যণীয় যে যদিহে বিনো জৰ্জৰ গোকুলাম এফ চিয়ে আইজল এফ চিক পৰাস্ত কৰিব পাৰে তেন্তে দলটোৱে পইণ্ট তালিকাত এক আকৰ্ষণীয় স্থানত উপনীত হ’ব। ইপালে আজিৰ এই গুৰুত্বপূৰ্ণ মেচখন দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd