• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি সেনা প্ৰধানৰ মন্তব্যক গুৰুত্ব সহকাৰে লৈছো : তৰুণ গগৈ

নবাৰুণ গুহ by নবাৰুণ গুহ
February 23, 2018 11:14 pm
তৰুণ গগৈ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে ভাৰতৰ সেনা প্ৰধান বিপিন ৰাৱতে অসমত হোৱা অনুপ্ৰৱেশ সম্পৰ্কত কৰা এটা মন্তব্যক কংগ্ৰেছে গুৰুত্ব সহকাৰে লোৱা বুলি ব্যক্ত কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। আজি এখন সংবাদ মেলৰ জৰিয়তে তেওঁ এই মন্তব্য কৰে।

উল্লেখযোগ্য যে সেনা প্ৰধানজনে অলপতে মন্তব্য কৰিছিল যে অসমত অনুপ্ৰৱেশ এতিয়াও তীব্ৰ গতিত চলি আছে। বাংলাদেশী মুচলমানৰ অনুপ্ৰৱেশৰ বাবেই অসমত কেইবাখনো জিলা মুচলমান সংখ্যাগৰিষ্ঠ জিলাত পৰিণত হৈছে আৰু আন কেইবাখনো হ’বলৈ গৈ আছে।

Apply Now

লগতে তেওঁ কৈছিল যে বাংলাদেশী মুচলমানৰ অনুপ্ৰৱেশৰ বাবেই বদৰুদ্দিনৰ এ আই য়ু ডি এফ দলৰ ব্যাপক উত্থান সম্ভৱ হৈছে। এ আই য়ু ডি এফৰ উত্থান বিজেপিতকৈও কেইবাগুণে দ্ৰুত।

সেনা প্ৰধানজনৰ এই মন্তব্যই গোটেই দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে। বিৰোধী ৰাজনৈতিক দলবোৰে দেশৰ সেনা প্ৰধানজনে বিজেপি দলৰ মুখপাত্ৰৰ দৰে কথা কোৱা বুলি আৰু তেওঁ নিজৰ পদবীৰ মৰ্য্যাদা হ্ৰাস কৰা বুলি অভিযোগ আনিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে আজি সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে এই মন্তব্যৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে সেনা প্ৰধানৰ মন্তব্যই বিশেষ অৰ্থ বহন কৰা বুলিহে কয়। তেওঁ কয় যে অনুপ্ৰৱেশ অসমৰ বাবে এটা সমস্যা বুলি জনা কথা। কিন্তু এই সমস্যা এতিয়া আগতকৈ বৃদ্ধি পাইছে আৰু এনে পৰ্য্যায় পাইছেগৈ যে সেনা প্ৰধানে তাক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰিব লগীয়া হৈছে।

‘আমি সেনা প্ৰধানৰ মন্তব্যক গুৰুত্বসহকাৰে লৈছো। কাৰণ দেশ স্বাধীন হোৱাৰ পৰা কোনো সেনা প্ৰধানে এনেকুৱা উদ্বিগ্নতা প্ৰকাশ কৰা নাছিল। কিন্তু পৰিস্থিতি এতিয়া ইমান বেয়াৰ ফালে ঢাল খাইছে যে যিকোনো সেনা প্ৰধানেই স্বীকাৰ কৰিবলৈ বাধ্য।’ গগৈয়ে কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে তেওঁৰ কাৰ্য্যকালত সেনাই এনেকুৱা কথা কোৱা নাছিল। ‘মই প্ৰথম দুবছৰ কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ পিছত চৰকাৰ চলাইছিলো। যদি তেনেকুৱা পৰিস্থিতি থাকিল হেঁতেন, তেন্তে গৃহ মন্ত্ৰ্যালয়ে মোক অৱগত কৰিল হেঁতেন।’ তেওঁ কয়।

আনহাতে সেনা প্ৰধানজন ৰাজনৈতিকভাৱে নিৰপেক্ষ হোৱা উচিত বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। আৰু অসমত বিজেপিতকৈ বেছি খৰতকীয়াকৈ এ আই য়ু ডি এফৰ উত্থান ঘটা বুলি কৰা মন্তব্যৰ আধাৰ কি বুলি প্ৰশ্ন কৰে।

সদায় কৰি অহা অভিযোগৰ দৰে আজিও তেওঁ বিজেপি আৰু এ আই য়ু ডি এফক একেটা মুদ্ৰাৰে দুটা পিঠি বুলি কয়।

‘মই এইটো সদায় কম যে বদৰুদ্দিন আজমল আমাৰ প্ৰধান শত্ৰু। বিজেপি আৰু এ আই য়ু ডি এফ দুয়োটা দলৰে একেই ধৰণৰ কাৰ্য্যসূচী। দুয়োটা দলেই সাম্প্ৰদায়িক। আনকি বিজেপিয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলত এ আই য়ু ডিৰ খোপনি থকাটো বিচাৰে। এতিয়া ৰাজ্যত বিজেপিৰ শাসন চলি থকাৰ আঁৰতো বদৰুদ্দিন আজমল।’

নবাৰুণ গুহ

নবাৰুণ গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd