• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ আৰু আৰক্ষী বন বিভাগৰ যৌথ অভিযান : এইবাৰ দৰঙত বেআইনী কাঠফলা মিল জব্দ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
June 26, 2018 6:26 pm
Illegal sawmill busted
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষী আৰু বন বিভাগে যৌথ অভিযান চলাই এটা বেআইনী কাঠফলা মিল জব্দ কৰে। সোমবাৰে চলোৱা এই অভিযানকাৰী দলটোৰ নেতৃত্ব দিছিল এন কে ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত মঙলদৈৰ (এলেকা) বীট অফিচাৰ যতীন বৰাই। আৰক্ষী আৰু বন বিভাগৰ যুটীয়া দলটোৱে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ভকতপাৰা কছাৰীগাঁৱত অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰে। বেআইনী মিলটো কেইজনমান দুৰ্নীতি পৰায়ণ বন আৰু আৰক্ষীৰ লোকৰ চত্ৰছায়াত কেইদিন মান পূৰ্বে আৰম্ভ হৈছিল।

যুটীয়া দলটোৱে কাঠফলা মিলৰ স্থানৰ পৰা যান্ত্ৰিক কৰত আৰু এটা বৈদ্যুতিক জেনেৰেটৰ জব্দ কৰে যাৰ আনুমানিক মূল্য প্ৰায় ১ লাখ টকা।

Apply Now

অৱশ্যে বেআইনী কাঠফলা মিলৰ মালিকজন অভিযানকাৰী দলটো উপস্থিত হোৱাৰ পূৰ্বে পলাই যাবলৈ সক্ষম হয়।

উল্লেখ্য যে এই বছৰৰ ২ এপ্ৰিল তাৰিখে ধুবুৰী আৰু পৰ্বতঝোৰা ফৰেষ্ট ডিভিজনে এটা যুটীয়া অভিযান চলাই বিটিএডিৰ অন্তৰ্গত পৰ্বতঝোৰা ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত ভেলখোৱা আৰু বৰাইবাৰী এলেকাত ৪টা কাঠফলা মিল জব্দ কৰি সা-সৰঞ্জাম আৰু বহুতো কাঠৰ কুণ্ডা জব্দ কৰে।

বিষয়াসকলে জনাইছে যে এই কাঠফলা মিলসমূহ নিয়ম বহিৰ্ভুতভৱে চলাই থকা হৈছিল। সেইবাৰো সাম্ভাব্য অভিযানৰ কথা আগতীয়াকৈ গম পাই কাঠফলা মিলৰ গৰাকীজন পলাই যাবলৈ সক্ষম হয় যদিও বন বিভাগৰ লোকে কাঠফলা মিলৰ যন্ত্ৰাংশ আৰু কাঠৰ কুণ্ডাসহ প্ৰায় ১০লাখ মান টকা মূল্যৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল।

সোমবাৰেও বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযানত শিমলীতোলাৰ ভাটিপাৰাৰ পৰা কাঠ সহ অবৈধ কাঠফলা মিল জব্দ কৰে।  লগতে থেৰোপাৰাত জলাশয়ত লুকুৱাই ৰখা অৱস্থাত অপৈনত শাল গছৰ কুণ্ডাও উদ্ধাৰ কৰে। জানিব পৰা মতে কাঠফলা মিলটোৰ মূল্য প্ৰায় ১ লাখ ২৫ হাজাৰ হোৱাৰ বিপৰীতে কাঠখিনিৰ মূল্য প্ৰায় ২৫ হাজাৰ হ’ব।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd