• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ক নোসোধাকৈ অনিশ্চয়তা ব্যক্ত কৰিলে কিয় প্ৰতীক হাজেলাই?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 18, 2018 9:37 pm
Prateek-Hajela-570x320

প্ৰতীক হাজেলাৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সংবাদ মাধ্যমৰ আগত এন আৰ চিৰ দ্বিতীয় তথা চূড়ান্ত খচৰা উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা ৩০ জুনত প্ৰকাশৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে বুলি মন্তব্য কৰাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখা গৈছে।

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ এই গুৰুত্বপূৰ্ণ অৱস্থানৰ বিষয়ে উচ্চতম ন্যায়ালয়ক জনাইছে নে নাই বুলি সচেতন নাগৰিকে প্ৰশ্ন কৰিছে।

Apply Now

উল্লেখযোগ্য যে ৰাজ্যিক সমন্বয়ক হ’লেও এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা ঘোষণা উচ্চতম ন্যায়ালক নজনোৱাকৈ বা উচ্চতম ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ প্ৰতীক হাজেলাই নিজৰ ফালৰ পৰা দিব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত বানপানীৰ অজুহাত দেখুৱাই হাজেলাই আজি সংবাদ মাধ্যমক মুকলিকৈ আৰু নিজৰ ফালৰ পৰাই দ্বিতীয় খচৰা প্ৰকাশ সময়ত নহ’ব পাৰে বুলি মন্তব্য কৰি বিতৰ্কৰ লগতে সন্দেহৰ সৃষ্টি কৰিছে।

হাজেলাৰ এই আশংকাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নৰ্থ-ইষ্ট নাওক কয়, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি আছে। সময়সীমা সলনি কৰিব লগীয়া হ’লে উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব। যদি এন আৰ চিৰ কামত বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিছে সেই বিষয়ে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাব লাগিব।”

আন সচেতন নাগৰিকেও প্ৰশ্ন কৰিছে যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে এই কথাটো উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে নে নাই? যদি অৱগত কৰোৱা নাই তেওঁ ৩০ জুনত সম্পূৰ্ণ খচৰা প্ৰকাশক লৈ সন্দেহ ব্যক্ত কৰিলে কিয়?

ইপিনে প্ৰতীক হাজেলাৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক নেতা অখিল গগৈয়েও। গগৈয়ে নৰ্থ-ইষ্ট নাওক কয়, “এইটো এটা সাংঘাতিক কথা। নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰ পৰ্যায়ৰ (field level) কাম ইতিমধ্যে শেষ হৈছে। কেৱল কাৰ্যালয়ৰ কামহে বাকী আছে। কিন্তু তেনে ক্ষেত্ৰত প্ৰতীক হাজেলাই বানপানীৰ বাবে এন আৰ চিৰ কাম নিৰ্ধাৰিত সময়ত সমাপ্ত নহ’ব পাৰে বুলি কৰা মন্তব্য আশ্চৰ্যজনক।” গগৈয়ে লগতে বিজেপিয়ে বিচৰাৰ দৰে প্ৰতীক হাজেলাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম লেহেমীয়া কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে।

আনহাতে, এই বিষয়ে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়, “যদি সঁচাকৈয়ে এন আৰ চিৰ কামত বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিছে তেতিয়া বেলেগ কথা, কিন্তু ই বাহানা হ’ব নালাগে।” তেওঁ লগতে কয় যে এতিয়া যিহেতু বাৰিষাৰ কাল গতিকে বানপানী আহিয়েই থাকিব, কিন্তু তাৰ ফলত যাতে কামটো পলম হৈ গৈ নাথাকে তাৰ ব্যৱস্থা নিশ্চিত হ’ব লাগে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd