• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ অনুসন্ধানেৰে আহি আছে “দা ফল বেক”

সৌৰভ জ্যোতি গোস্বামী by সৌৰভ জ্যোতি গোস্বামী
February 24, 2018 9:18 pm
Upcoming short film ' The Fall Back'

'দা ফল বেক' এটি দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইজনমান যুৱক। আগুৱাইছে এখনি অজান ঠাইলৈ। যাত্ৰাপথত বহু বাধা অতিক্ৰম কৰিছে তেওঁলোকে। তথাপি থমকি ৰোৱা নাই। আগুৱাইছে… মাথো আগুৱাইছে…

কেতিয়াবা বৰফত বাগৰি পৰিছে, আকৌ উঠিছে। তেওঁলোকৰ লক্ষ্য এটাই, যিয়েই নহওঁক, যাবই লাগিব লক্ষ্যস্থানলৈ। গুৱাহাটীৰপৰা এই যাত্ৰা আৰম্ভ কৰিছে তেওঁলোকে…

Apply Now

কিন্তু তেওঁলোক আচলতে যাব ক’ত? তেওঁলোকে কিহৰ সন্ধানত নামি পৰিছে? তেওঁলোকৰ আচল লক্ষ্য কি ?

দৰাচলতে এইবোৰ এখন নতুন উত্তৰ-পূব ভিত্তিক হিন্দী চুটি ছবিৰ দৃশাংশ লোৱাৰ কিছু বিৱৰণহে।

এই ৰোমাঞ্চকৰ অনুসন্ধানমূলক ছবিখনৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব।

কিয়নো, অতি শীঘ্ৰে আহি আছে উদীয়মান পৰিচালক সুদীপ্ত শৰ্মাৰ পৰিচালনাৰে চিনে আৰ্ট মোচন পিকচাৰ্ছৰ শেহতীয়া চৰিত্ৰবিহীন চুটি ছবি ‘দা ফল বেক’।

ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে গুৱাহাটীৰপৰা আৰম্ভ হৈ অৰুণাচলৰ এক বিশেষ ঠাইত সমাপ্ত হৈছে।

হিন্দী ভাষাৰ এই ছবিখন এজন ল’ৰাৰ জীৱন যাত্ৰাক লৈ নিৰ্মাণ কৰা হৈছে য’ত দৰ্শকে দেখিবলৈ পাব ল’ৰাজনৰ জীৱন যাত্ৰাত ঘটা বিভিন্ন সংঘৰ্ষৰ কাহিনী।

যেন এক জীৱন যাত্ৰাৰ জীৱন্ত দলিল।

উদীয়মান কণ্ঠশিল্পী অনুপম চৌধুৰীয়ে সংগীত দিয়া চলচ্চিত্ৰখনত সহকাৰী পৰিচালক হিচাপে আছে জ্যোতি প্ৰকাশ ৰাভা আৰু চক্ৰধৰ বৰকাকতি। ছবিখনৰ ব্যৱস্থাপনা প্ৰৱন্ধক ক্ষিৰোদ দাস তথা কাহিনী মানস নেওগৰ।

আন আন দায়িত্বৰ ভিতৰত, চাউণ্ডত গৌতম বৰুৱা, দৃশ্যগ্ৰহণত হীৰু বৰগোহাঁই। আনহাতে ডায়লগ কুকীল প্ৰতীম শইকীয়া, সুদীপ্ত শৰ্মা আৰু মানস নেওগৰ।

উল্লেখযোগ্য যে আহিবলগীয়া এইখন চুটি ছবি হ’ব উত্তৰ-পূবৰ প্ৰথমখন চৰিত্ৰবিহীন অনুসন্ধানমূলক চুটি ছবি।

সৌৰভ জ্যোতি গোস্বামী

সৌৰভ জ্যোতি গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd