• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ-পূবৰ আকাশ মাৰ্গ সংযোগৰ অভিলাষী আঁচনি

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী, ১৭নৱেম্বৰ : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী, ১৭নৱেম্বৰ :
November 17, 2017 11:46 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানসমূহত আকাশ মাৰ্গ সংযোগী অভিলাষী আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত ২২ টাকৈ বিমান বন্দৰ আৰু হেলিপেড চিনাক্ত কৰি উলিওৱা হৈছে। তাৰ ভিতৰত অৰুণাচল প্ৰদেশত ৯ টা, অসম আৰু মণিপুৰ প্ৰত্যেকতে ৫ টাকৈ আৰু বাকী ৩টা মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।

উত্তৰ-পূবত অসামৰিক পৰিবহণ খণ্ডৰ বিকাশৰ বিশাল সুযোগ আছে আৰু শেহতীয়াকৈ দেশৰ বাকী অংশৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যকেইখনক সংযোগ কৰাৰ ক্ষেত্ৰত প্ৰভূত অগ্ৰগতি হৈছে।

Apply Now

বিগত মাৰ্চ মাহত ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ আঁচনিৰ তালিকাত উত্তৰ পূবৰ ছিলং, ডিমাপুৰ, ইম্ফল, শিলচৰ, আইজল আৰু আগৰতলাকে ধৰি ছটা বিমানবন্দৰক সাঙুৰি লোৱা হৈছে।

আঞ্চলিক সংযোগকৰণ আঁচনিৰ অধীনৰ কেইবাটাও বিমানবন্দৰ বৰ্তমান ভাৰতীয় বায়ুসেনা বাহিনীয়ে ব্যৱহাৰ কৰি আছে। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ডাপোৰিজো, য়িংহঙ, জিৰ’, পাচিঘাট, আলং, টুটিং আৰু ওৱালঙো আছে। অসমৰ তেজপুৰ, যোৰহাট আৰু লীলাবাৰী বিমানঘাটিকেইটাও বায়ুসেনা বাহিনীয়ে ব্যৱহাৰ কৰি আছে। কিন্তু ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধীনত সুকীয়া অসামৰিক পৰিবহণত অন্তৰ্ভুক্ত কৰা হ’ব।

অৰুণাচল প্ৰদেশৰ বিমানবন্দৰ আৰু হেলিপেডসমূহ ‘’আনছাৰ্ভড্’’ বিমানবন্দৰ শাখাত অন্তৰ্ভুক্ত হ’ব অৰ্থাৎ ইয়াত কোনো অসামৰিক বিমান অৱতৰণ কৰিব নোৱাৰিব।

ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধ্যক্ষ গুৰুপ্ৰসাদ মহাপাত্ৰই ‘’প্ৰতিৰক্ষা’’ বিষয়টো স্পষ্ট কৰি দি কয় যে বিমান পৰিবহণ সংযোগকৰণৰ ক্ষেত্ৰত যুদ্ধৰ সময়ত দেশৰ সকলো বিমান পথ আৰু বিমানবন্দৰ প্ৰতিৰক্ষা বাহিনীৰ নিয়ন্ত্ৰণত থাকিব। তেওঁ কয়, ‘এই স্থানসমূহত বিমান সংযোগকৰণৰ ক্ষেত্ৰত ব্যাপক সমস্যা আছে। জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত বিমানবন্দৰৰ আন্তঃগাঁথনি নোহোৱাৰ বাবে ইয়াত সাহায্য আগবঢ়োৱাত সমস্যা আছে। সেইটোৱে আমি সমাধান কৰিব চেষ্টা কৰি আছো।’

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী, ১৭নৱেম্বৰ :

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী, ১৭নৱেম্বৰ :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd