• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলত ৮,০০০ কোটি টকা ব্যয় সাপেক্ষ টেলিকম প্ৰকল্পৰ কামত বিলম্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2018 1:22 pm
telecom_759
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় কেবিনেটে বিশদ পৰিকল্পনাত অনুমোদন জনোৱাৰ তিনিবছৰ পিছতো দেশৰ উত্তৰ-পূৰ্বাঞ্চলত নিৰৱিছিন্ন সেৱা আগবঢ়োৱাৰ চৰকাৰৰ অভিলাষী আঁচনিত বিলম্ব ঘটিছে।

টাইমছ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুস্থিৰ টেলিকম সেৱা আগবঢ়োৱাৰ আঁচনিখনত প্ৰথমতে ধাৰ্য কৰা ৫,৩০০ কোটি টকাৰ বাজেট ৮,০০০ টকা বৃদ্ধি পাইছে। চৰকাৰী সূত্ৰই জনোৱা মতে অৱশ্যে ইয়াৰ এটা প্ৰকল্পও সম্পূৰ্ণ হৈ উঠা নাই।

Apply Now

এই প্ৰকল্পৰ অংশ হিচাপে সামৰি ল’বলগীয়া ৰাজ্যসমূহৰ ভিতৰত আছে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। সীমান্ত অঞ্চল আৰু কৌশলগতভাৱে স্পৰ্শকাতৰ মণ্ডলত কাম কৰিবলগীয়া প্ৰকল্পটোত কিছু অৱশ্যেই জটিলতা আছে।

২০১৪ চনৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা আঁচনিখনত আৰম্ভণিতে গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি সৰ্বমুঠ  ৮,৬২১ খন গাঁৱত আঁচনিখনৰ জৰিয়তে মোবাইল সেৱা আগবঢ়োৱাৰ লক্ষ্য স্থিৰ কৰা হৈছিল।

অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ অঞ্চলকে ধৰি অসমৰ দুখন জিলাক সামৰি প্ৰকল্পটোৰ এটা অংশ বিএছএনএলৰ সৈতে সংযোজিত কৰি ৰখা হৈছে আৰু ইয়াৰ প্ৰকৃত কাম এতিয়াও আৰম্ভ কৰা হোৱা নাই।

বিএছএনএলে ২০১৬ চনৰ এপ্ৰিলতে নিবিদা আহ্বান কৰি যোৱা বছৰৰ এপ্ৰিলত বিহান নেটৱৰ্কছ আৰু এইচএফচিএল নামৰ কোম্পানী দুটাক ঘৰুৱাভাৱে প্ৰস্তুত কৰা টেলিকম উপাদন নীতিৰ অধীনত কামৰ আৱন্টন দিছিল। অৱশ্যে, টেলিকম বিভাগে এতিয়াও কাম আৰম্ভ কৰাৰ বাবে চূড়ান্ত নিৰ্দেশ দিয়া নাই।

আনহাতে, বাকী ছয়খন ৰাজ্যৰ লগতে অসমৰ বাকী জিলাৰ বাবে প্ৰকল্পটো বিগত বহু বছৰ ধৰি ৰুদ্ধ হৈ আছে। ইয়াৰ বাবে কামৰ ভাৰ টেলিকম মন্ত্ৰ্যালয়ৰ ইউনিৰ্ভাৰ্ছেল চাৰ্ভিছ অ’ব্লিগেশ্যন ফাণ্ডক (ইউ এছএফঅ’) হস্তান্তৰ কৰা হৈছিল যদিও যোৱা বছৰৰে পৰা কামৰ কোনো অগ্ৰগতি দেখা যোৱা নাই।

ইউ এছএফঅ’ৱে যোৱা ২০১৬ চনৰ মে’ মাহতহে প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছিল যদিও প্ৰথমতে কোনো সঁহাৰি পোৱা নাছিল। ইয়াৰ পিছত যোৱা বছৰ মাৰ্চ মাহত নতুন নিবিদা আহ্বান কৰা হয় আৰু ইয়াৰ সঁহাৰিত মাত্ৰ ভাৰতী এয়াৰটেলৰ পৰা এখন নিবিদাহে লাভ কৰিছিল। ভাৰতী এয়াৰটেলক ১,৬১০ কোটি টকাৰ ঠিকা আৱন্টন দিয়া হৈছিল।

অৱশ্যে, তেওঁলোকে কাম এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই আৰু ইয়াৰ মাজতে এয়াৰটেলে মেঘালয়ৰ পৰা ওলাই আহে আৰু ফলত কামত স্থৱিৰতা আহি পৰে। টেলিকম বিভাগ আৰু ইউ এছএফঅ’ৱে এতিয়া মেঘালয়ত ২-জি আৰু ৩-জি সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বাবে আৰম্ভণিতে প্ৰকল্পটোৰ বাবে ধাৰ্য কৰা বাজেটৰ পৰিমান ১,৪০০ কোটি টকাৰ পৰা এতিয়া ৪,৩০০ কোটি টকালৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় টেলিকম বিভাগৰ মন্ত্ৰী মনোজ সিনহাই কয় যে উত্তৰ-পূৰ্বাঞ্চলত টেলিকমৰ আন্ত:গাঁথনি উন্নত কৰাটো চৰকাৰৰ এক প্ৰাথমিকতা। এতিয়া টেলিকম সেৱাৰ উন্নয়ন অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ধাৰা তৰান্বিত কৰাটো কিমান বাস্তৱিক হ’ব সেয়া সহজেই অনুমেয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd