• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে দীনদয়াল দিব্যাংগ সাহায্য আঁচনি

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
December 3, 2017 2:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আন্তৰ্জাতিক দিব্যাংগ দিবস উপলক্ষে ৰাজ্যিক সমাজ কল্যান বিভাগৰ দ্বাৰা গ্ৰহণ কৰা দীনদয়াল দিব্যাংগ সাহায্য আঁচনিখন মুকলি কৰি  কয় যে দিব্যাংগসকলৰো এটা সুখী জীৱন যাপন কৰাৰ সমান অধিকাৰ আৰু সুযোগ আছে।

অসমত মুঠতে ৪ লাখ ৮০ হেজাৰ দিব্যাংগ আছে আৰু এই আঁচনিৰ অধীনত প্ৰত্যেকলৈ বেংকৰ জৰিয়তে ৫ হেজাৰ টকাকৈ এককালীন সাহায্যৰ ধন জমা দিয়া হ’ব। এই অৰ্থ সাহায্য দিব্যাংগসকলৰ স্বাস্থ্যৰ যত্ন ল’বৰ বাবে আগবঢ়োৱা হৈছে।

Apply Now

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দিব্যাংগসকলক শক্তিশালী কৰা আৰু ন্যায় দিয়াই আমাৰ লক্ষ্য। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে দিব্যাংগসকলৰ বাবে ডিব্ৰুগড়ত এখন আই টি আই স্থাপন কৰাৰ কথাও ঘোষণা কৰে। দেশৰ ভিতৰতে এইখন হ’ব এনেধৰণৰ প্ৰথম আই টি আই।

এই আঁচিনৰ বাবে ধাৰ্য কৰা মুঠ ২৫০ কোটি টকা প্ৰথম পৰ্যায়ত ১ লাখ দিব্যাংগক সাহায্য হিচাপে দিয়া হ’ব।

আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়াতে ভাষণ আৰম্ভ কৰিলে আৰু অসমবাসীক আগন্তুক বিহুৰ শুভেচ্ছাও দিলে। উপ ৰাষ্ট্ৰপতি নাইডুৱে দিব্যাংগসকলৰ প্ৰতি ভাল ভাৱ সৃষ্টি কৰিব লাগিব আৰু তেওঁলোকক ন্যায়ৰ প্ৰয়োজন বুলি কৈ তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব বুলি কয়।দিব্যাংগসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশৰ পৰা ৪শতাংশলৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলিও নাইড়ুৱে দোহাৰে।

আজি এক গুৰুত্বপূৰ্ণ মন্তৱ্য কৰি উপৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে অসমৰ সকলোৱে অসমীয়া ভাষা ক’ব লাগে। তেওঁ সকলোকে মাতৃভাষাক প্ৰদান্য দিবলৈ আহ্বান জনায়।

বিশ্ব মিহলা বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন কৰা অংকুশিতা বড়োক শুভেচ্ছা জনাই অংকুশিতাক দেশৰ দ্বিতীয় মেৰীকম বুলি অভিহিত কৰে।

আজি উপৰাষ্ট্ৰপতি গৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিছে যদিও তেওঁৰ সামাজিক জীৱন অব্যাহত থাকিব। অসমলৈ আহি তেওঁ অতি আনন্দিত বুলিও প্ৰকাশ কৰে।

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd