• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ পূৰ্বে স্পৰ্শকাতৰ অঞ্চলৰ বাবে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2018 2:31 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ দলিল স্বৰূপ এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাব অহা ৩০ জুনত। কিন্তু ইয়াৰ পূৰ্বে নিৰাপত্তাৰ বিষয়টোৱে চাপত ৰাখিছে ৰাজ্য চৰকাৰক৷ ইতিমধ্যে জিলা পর্যায়ত নিৰাপত্তা বিষয়টো পর্যালোচনা কৰিবলৈ মুখ্য সচিব আৰু ডিজিপিৰ নেতৃত্বত উচচ পর্যায়ৰ দলে কেইবাখনো জিলা ভ্রমণ কৰিছে৷

উজনি অসমৰ কেইখনমান জিলাক বাদ দি ৰাজ্যৰ অধিক সংখ্যক জিলাকেই স্পর্শকাতৰ হিচাপে চিনাক্ত কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ প্রাথমিক পদক্ষেপ ইতিমধ্যে গ্রহণ কৰিছে প্ৰশাসনে৷ এনআৰচি সন্দৰ্ভত চোৰাংচোৱাৰ প্রতিবেদন লাভৰ পাছত অসম আৰক্ষীয়ে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷

Apply Now

অতি স্পর্শকাতৰ, স্পর্শকাতৰ আৰু সাধাৰণ স্পর্শকাতৰ হিচাপে এলেকাসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ নিৰাপত্তাজনিত কাৰণতে সংশ্লিষ্ট জিলা আৰু এলেকাসমূহৰ নাম আৰক্ষী প্রশাসনে ৰাজহুৱা কৰা নাই৷ জানিব পৰা মতে অতি স্পর্শকাতৰ এলেকাসমূহত অধিক নিৰাপত্তা বাহিনী নিয়োগ কৰা হ’ব৷ প্রতিটো এনআৰচি সেৱা কেন্দ্রত তালিকা প্রকাশৰ এসপ্তাহমান পূর্বৰ পৰা নিৰাপত্তাৰক্ষী নিয়োগ কৰি চোকা দৃষ্টি ৰখা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰশাসনৰ এটি শীৰ্ষ সূত্ৰই ৷

ইতিমধ্যে প্রতিখন জিলাত কিমান সংখ্যক নিৰাপত্তাৰক্ষীৰ প্রয়োজন, সেয়া জিলা আৰক্ষী অধীক্ষকসকলক নির্ণয় কৰিবলৈ অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ পৰা নির্দেশ দিয়া হৈছে৷ যিবোৰ স্থানত অধিক সংখ্যক বিদেশীৰ নাম এনআৰচিৰ তালিকাৰ পৰা বাদ পৰি যোৱাৰ সম্ভাৱনা আছে, তেনেবোৰ স্থানকে অতি স্পর্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে৷

উল্লেখযোগ্য যে এনআৰচিৰ দ্বিতীয়খন খচৰা তালিকা প্রকাশৰ লগে লগে অসমত আইন-শৃংখলাৰ অৱনতি ঘটিব পাৰে বুলি চোৰাংচোৱা সংস্থাই সকীয়াই দিয়াৰ পাছতে কেন্দ্রীয় গৃহ মন্ত্র্যালয়েও বিষয়টো গুৰুত্ব সহকাৰে লৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এই সন্দর্ভত পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছে৷

ৰাজ্যৰ যিবোৰ ঠাইত মৌলবাদী শক্তিৰ গতিবিধি ধৰা পৰিছে বা জেহাদী কার্যকলাপ চলিছিল, সেই অঞ্চলবোৰৰ উপৰি অসম-বাংলা সীমান্তকো অতি স্পর্শকাতৰ এলেকা হিচাপে লৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চোৰাংচোৱাই কেন্দ্র- ৰাজ্য চৰকাৰক পৰামর্শ আগবঢ়াইছে৷ কেন্দ্রীয় অর্ধসামৰিক বাহিনী, সেনাৰ নিয়োগ আৰু টহলৰ উপৰি প্রতিখন থানা আৰু আৰক্ষী চকীত অতিৰিক্ত আৰক্ষী জোৱান নিয়োগ কৰা হ’ব বুলিও জানিব পৰা গৈছে৷

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd