• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত বৰাক উপত্যকাৰ হিন্দু বাংলাদেশীৰ নাম অবাধ হাৰত অন্তৰ্ভুক্ত হৈছে : মৃণাল হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2018 9:47 pm
ulfa leader mrinal hazarika
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বৰাকত যিখিনি চৰকাৰী চাকৰিয়াল তথা বিষয়া কৰ্মচাৰী আছে, সেইখিনি তাৰ স্থানীয় মানুহ। তেওঁলোকৰ আবেগ বিধেয়কখনৰ সপক্ষত। তেওঁলোকেই যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰি আছে, এনে পৰিপ্ৰেক্ষিতত হিন্দু বাংলাদেশীৰ নাম তেওঁলোকে যিকোনোপ্ৰকাৰে অন্তৰ্ভূক্ত কৰাটো স্বাভাবিক। জিলা প্ৰশাসনেই যদি এই প্ৰক্ৰিয়াত জৰিত হৈ থাকে, তেন্তে বৰাকত এইবোৰ কামৰ বিৰোধ কৰিবলৈ কোন দল-সংগঠন যাব যাব?

আজি খিলঞ্জীয়া মঞ্চই এখন সংবাদ মেল অনুষ্ঠিত কৰি মঞ্চৰ সদস্য সচিব মৃণাল হাজৰিকাই এই মন্তব্য কৰে।

Apply Now

উল্লেখযোগ্য যে মঞ্চৰ সদস্য সচিবগৰাকীয়ে বৰাকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত হিন্দু বাংলাদেশীৰ নাম অন্তৰ্ভূক্ত কৰাত উঠি-পৰি লাগিছে বুলি গুৰুতৰ অভিযোগ তোলাৰ লগতে গণতন্ত্ৰিক দেশ এখনত এটা কোঠাত সভা অনুষ্ঠিত কৰিবলৈ কাছাৰ প্ৰশাসনে নিদিয়াক লৈ তীব্ৰ ক্ষোভ উজাৰে খিলঞ্জীয়া মঞ্চই। ইয়াৰোপৰি মঞ্চৰ বিষয়ববীয়াসকলে তেওঁলোকক আৰক্ষী প্ৰশাসনে সভা অনুষ্ঠিত কৰাক লৈ চৰম হাৰাশাস্তি প্ৰদান কৰা বুলি গুৰুতৰ অভিযোগ তোলে ।

তদুপৰি মঞ্চৰ সদস্য সচিব মৃণাল হাজৰিকাই উল্লেখ কৰা অনুসৰি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শিলচৰৰ অসমীয়া বিৰোধী শক্তিবিলাকে খিলঞ্জীয়া মঞ্চৰ লোকৰ প্ৰবেশ নিষিদ্ধ কৰাৰ দাবী তুলি প্ৰশাসনৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিছে। লগতে তেওঁলোকে খিলঞ্জীয়া মঞ্চৰ কোনো বিষয়ববীয়া তাত উপস্থিত হ’লে ক’লা পতাকা উৰুৱাব বুলিও ঘোষণা কৰিছিল।

‘অসমৰ ভূ-খণ্ড অসমৰ খিলঞ্জীয়া লোকসলৰ।‘ এনেদৰে মত প্ৰকাশ কৰাৰ লগতে হাজৰিকাই কয় যে এনেক্ষেত্ৰত অসম বিৰোধী কোনো বহিৰাগত শক্তিয়ে খিলঞ্জীয়াসকলক কথা কোৱাৰ, মেল-মিটিং অনুষ্ঠিত কৰা অথবা ফুৰা-চকা কৰাত বাধা দিব নোৱাৰে।

তাৎপৰ্য্যপূৰ্ণভাবে বৰাকৰ ৭০ শতাংশ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে থিয় দিব বুলি মত পোষণ কৰি তেওঁ কয় যে যদি চৰকাৰে গণভোট অনুষ্ঠিত কৰে, তেন্তে ব্ৰহ্মপুত্ৰ উপত্যকাত চৰ্চিত হোৱা ৯০ শতাংশ বৰাকৰ লোকে এই বিধেয়কখনৰ সমৰ্থনৰ বিষয়টো ভূৱা বুলি প্ৰমাণিত হ’ব।

কিন্তু এইক্ষেত্ৰত  বৰাক উপত্যকাৰ খিলঞ্জীয়াসকল সকলো অধিকাৰৰ পৰা বঞ্চিত বুলি হাজৰিকাই উল্লেখ কৰাৰ লগতে আক্ষেপ কৰি কয়  ‘উপত্যকাখনৰ শিলচৰৰ দৰে চহৰবিলাক অসম বিৰোধী শক্তিৰ অধীনত আছে। যাৰ ফলত বৰাকৰ খিলঞ্জীয়াসকলে তেওঁলোকৰ মাতৃভাষাত শিক্ষা লাভৰ অধিকাৰ নাই, ব্যৱসায়-বাণিজ্য, চৰকাৰী চাকৰি পোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে।‘

‘যুটীয়া সংসদীয় কমিটি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহোঁতে যিদৰে খিলঞ্জীয়ালোকসকল দুদিন আগৰ পৰাই সচেতন হৈ উঠিছিল কিন্তু তাৰ বিপৰীতে বৰাকৰ খিলঞ্জীয়ালোকসকলে এই ক্ষেত্ৰত সচেতন নহ’ল অথবা বিষয়টোৰ ওপৰত ভালদৰে অবগত নহ’ল।‘ আক্ষেপ কৰি হাজৰিকাই কয়।

অৱশ্যে, খিলঞ্জীয়া মঞ্চৰ ফালৰ পৰা ফোনযোগে যোগাযোগ কৰাত প্ৰায় ১২-১৩ টা সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে স্মাৰক পত্ৰ দিছিল বুলি সংবাদমেলত তেওঁ মত প্ৰকাশ কৰে।

বৰাক উপত্যকাত খিলঞ্জীয়া মঞ্চক সভা অনুষ্ঠিত কৰিব নিদিয়াক লৈ কোনো আপত্তি নাই বুলি সদৰী কৰাৰ লগতে তেওঁ কয় যে তেওঁলোকে বৰাক উপত্যকাৰ শিলচৰত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধী ঐক্য মঞ্চ’ নামৰ  এখন সমিতি গঠন কৰিলে যিখনৰ সভাপতিৰ দায়িত্ব মনমোহন বৰ্মনক আৰু চেৰাম হীৰাজিৎ সিঙক সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে।

‘বৰাক উপত্যকাখন দ্বিতীয় ত্ৰিপুৰা হ’বলৈ গৈ আছে।‘ এনেদৰে মত প্ৰকাশ কৰি হাজৰিকাই লগতে কয়  ‘ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ভোটবেংকৰ স্বাৰ্থত হিন্দু মূছলমানৰ মাজত বিভাজন আনি দিয়াৰ ফলত নীপিড়িত হৈছে খিলঞ্জীয়া ভূমিপুত্ৰসকল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd