• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছৰ দিনত স্থাপিত উদ্যোগৰ ‘নাম’ লৈছে বিজেপিয়ে, ৰাজহুৱা কৰক ‘ঔদ্যোগিক স্মাৰকপত্ৰ’ : দাবী প্ৰদ্যুৎ বৰদলৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 1, 2018 10:49 pm
Pradyut-Bordoloi

প্ৰদ্যুৎ বৰদলৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত আয়োজিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক মুহূৰ্তত বৰ্তমানৰ বিজেপি চৰকাৰৰ দাবী আৰু বিনিয়োগ উদ্যোগক লৈ গুৰুতৰ প্ৰশ্ন তুলিছে কংগ্ৰেছী নেতা, প্ৰাক্তন উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।

সোণোৱাল চৰকাৰে অসমৰ মুঠ ঘৰুৱা উৎপাদন ১৩ শতাংশ হাৰত বৃদ্ধি হোৱা বুলি চলাই অহা প্ৰচাৰ মিছা বুলি উল্লেখ কৰি আজি গুৱাহাটীত এক সংবাদমেলত বৰদলৈয়ে দাবী কৰে যে আচলতে এতিয়া এই পৰিমাণ মাত্ৰ ৪ শতাংশহে।

Apply Now

‘কংগ্ৰেছ চৰকাৰৰ দিনত’ অসমত প্ৰতিষ্ঠা হোৱা উদ্যোগসমূহৰ ‘নাম’ এতিয়াৰ চৰকাৰে লোৱা বুলি অভিযোগ কৰি ‘তাৰ বিপৰীতে কাৰ্য্যতঃ অসমত কোনো বিনিয়োগ হোৱা নাই‘ বুলি দাবী কৰে।

সন্মিলন উপলক্ষে আয়োজিত ৰ’ড শ্ব’সমূহত  মুখ্য মন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলে বিজেপিৰ ডেৰ বছৰত অসমত ৭,০০০ কোটি টকা বিনিয়োগ হোৱা বুলি কৰা দাবী তেওঁ খণ্ডন কৰে।

তেওঁ অভিযোগ তোলে যে এই ৭০০০ কোটি টকাৰ হিচাপৰ বাবে ঔদ্যোগিক স্মাৰকপত্ৰসমূহ(Industrial Entrepreneurs Memorandums) বিভাগীয়ভাৱে প্ৰকাশ কৰিবলৈ ‘তিনি-চাৰিবাৰকৈ প্ৰত্যাহ্বান জনোৱাৰ পিছতো সোণোৱাল চৰকাৰ নিৰ্বিকাৰ হৈ আছে’।

তেওঁ বিশ্ব বিনিয়োগকাৰী সন্মিলনক আদৰণি জনাই কয় যে অসমত ‘নতুন বিনিয়োগ হ’লে যুৱক-যুৱতীসকলৰ বাবে ন ন কৰ্ম-সংস্থাপনৰ বাট মুকলি হ’ব আৰু জনসাধাৰণৰ জীৱন-যাপনৰ মানৰ উত্তৰণ ঘটিব‘।

‘দুদিনত প্ৰায় ৪০ কোটি টকা খৰচ কৰি’ বিজেপি চৰকাৰে পতা এই ‘মহামেলা’ ‘ফুটুকাৰ ফেন হোৱাটো আমি নিবিচাৰো’ বুলি বৰদলৈয়ে মন্তব্য কৰে।

তেওঁ অভিযোগ কৰে যে ‘পতঞ্জলিৰ সুবিধা হোৱাকৈ‘ উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ উন্নীতকৰণ আঁচনি (NEIIP)খন ম্যাদ উকলিবলৈ তিনিমাহ বাকী থকা সত্বেও চৰকাৰে বন্ধ কৰি দিয়ে।

২০০৭ৰ পৰা ২০১৫ চনলৈকে অসমত গেছ ক্ৰেকাৰ প্ৰকল্পকে ধৰি ১৯,৮৯০ কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছিল বুলিও তেওঁ দাবী কৰে।

এডভান্টে’জ আছামৰ নামত মহানগৰীখনক চীনত নিৰ্মিত লাইটেৰে সজাই পৰাই ৰঙচঙীয়া কৰা বুলি তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd