• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

কমনৱেল্থ গেমছৰ বাবে ভাৰতীয় মহিলা হকী দলত মিজোৰামৰ ষ্ট্ৰাইকাৰ লালৰেমছিয়ামী

ছংজুৱালা মাৰ by ছংজুৱালা মাৰ
March 16, 2018 4:47 pm
Mizo-player-266x200
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ প্ৰতিভাসম্পন্ন উদীয়মান মহিলা হকী খেলুৱৈ লালৰেমছিয়ামী কমনৱেল্থ গেমছৰ বাবে ঘোষণা কৰা ১৮জনীয়া ভাৰতীয় হকী দলত স্থান লাভ কৰি দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।

মিজোৰামৰ উদীয়মান ষ্ট্ৰাইকাৰগৰাকীয়ে ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়ালৈ যোৱা ভাৰতীয় হকী দলৰো সদস্য আছিল। দক্ষিণ কোৰিয়া ভ্ৰমণত লালৰেমছিয়ামীয়ে আটাইকেইখন মেচতে দুৰ্দান্ত প্ৰদৰ্শন কৰি দেশৰ হৈ তিনিটা গ’ল কৰিবলৈ সক্ষম হৈছিল।

Apply Now

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড কোষ্ট চহৰত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত কমনৱেল্থ গেমছত ভাৰতৰ মহিলা হকী দলটোৱে পুল এত মালেছিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেলছৰ বিপক্ষে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

মিজোৰামৰ কলাছিবত জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হোৱা লালৰেমছিয়ামীয়ে ৰাজ্যখনৰ পৰা সৰ্বশ্ৰেষ্ঠ ঠেনজল ওমেনছ হকী ট্ৰেইনিং চেণ্টাৰৰ পৰা স্নাতক গ্ৰহণ কৰে।

যোৱা বছৰ অনুষ্ঠিত হোৱা এছিয়া কাপ প্ৰতিযোগিতাত মিজোৰামৰ এইগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি জাপান আৰু ছিংগাপুৰৰ বিৰুদ্ধে গ’ল কৰিবলৈ সক্ষম হৈছিল।

ছিনিয়ৰ ভাৰতীয় মহিলা হকী দলত স্থান পোৱাৰ পূৰ্বে লালৰেমছিয়ামীয়ে ২০১৬ চনত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক ১৮ বছৰ অনুৰ্ধ মহিলা ভাৰতীয় হকী দলত খেলি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ উমান দিছে। উক্ত প্ৰতিযোগিতাখনত তেওঁ তিনিটা গ’ল কৰিছিল।

১৮ বছৰ অনুৰ্ধ প্ৰতিযোগিতাখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই মহিলা হকী দলৰ বিচাৰকে ছিনিয়ৰ পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছিল এইগৰাকী মিজো প্ৰতিভাধৰ হকী খেলুৱৈক।

‘কোৰিয়া ভ্ৰমণসূচীৰ পাছতে মই বেংগালুৰুত হোৱা ভাৰতীয় প্ৰশিক্ষণ শিবিৰত অংশ লৈছিলো। আৰু সৌভাগ্য ক্ৰমে আগন্তুক কমনৱেল্থ গেমছৰ বাবে মই ভাৰতীয় হকী দলত স্থান লাভ কৰিবলৈ সক্ষম হ’লো’, এইদৰে নৰ্থ-ইষ্ট নাওৰ আগত মনৰ আনন্দ ব্যক্ত কৰে ষ্ট্ৰাইকাৰ লালৰেমছিয়ামীয়ে।

ছংজুৱালা মাৰ

ছংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd